মহানগৰীৰ ৰাজপথত যুৱতীক ছুৰিকাঘাত। দিন দুপৰতে ৰাজপথত ছুৰিৰে আক্ৰমণ এগৰাকী যুৱতীক। মহানগৰীৰ লাষ্টগে’টৰ নাহৰনি পথত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। নাহৰনি পথৰ ১৪নং ঘৰৰ সন্মুখতে সংঘটিত হয় এই ঘটনা। ৰেপিড’ৰ বাবে ৰৈ থকাৰ সময়তে যুৱতীগৰাকীক আক্ৰমণ কৰে দুৰ্বৃত্তই। এখন ছুইফ্ট ডিজায়াৰ বাহনত আহিছিল যুৱতীগৰাকী। ছুৰিৰে আক্ৰমণ কৰিয়ে বাহনখনেৰে পলায়ন কৰে
Category: Top News
গুৱাহাটীৰ লাষ্টগে’টত দুৰ্বৃত্তই ছুৰিকাঘাত কৰা যুৱতীগৰাকীৰ মৃত্যু। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে যুৱতীগৰাকীয়ে। আজি পুৱাৰ ভাগতে লাষ্টগে’টৰ নাহৰণি পথত দুৰ্বৃত্তৰ ছুৰিৰে আক্ৰমণ কৰিছিল যুৱতীগৰাকীক। দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল যুৱতীগৰাকী। গুৰুতৰভাৱে আহত যুৱতীগৰাকীক ভৰ্তি কৰোৱা হৈছিল জিএমচিএইচত। মৃত যুৱতীগৰাকীৰ নাম মৌচুমী গগৈ। বয়স ২৮ বছৰ। যুৱতীগৰাকীৰ পিতৃৰ
On November 24, 2024, ONGC, Assam Asset in collaboration with AISCSTEWA,Nazira/Sivasagar branch celebrated the 4thJanjatiyaGaurav Divas to commemorate 150th birth anniversary of the revered tribal leader, Bhagwan Birsa Munda. The aim of the event was to honour the legacy of Birsa Munda for his courage and unwavering commitment to the
নতুন দিল্লী, ৬ ডিচেম্বৰ ঃ অহা ২০২৫ চনৰ ১৩-১৯ জানুৱাৰীলৈ ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব বিশ্বকাপ খো খো প্ৰতিযোগিতা৷ নতুন দিল্লীৰ আই জি আই ষ্টেডিয়ামত হ’বলগা প্ৰতিযোগিতাখনৰ বাবে ভাৰতীয় দলটো বাচনি কৰিবলৈ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ [ছাই] আৰু কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যান বিভাগে দেশৰ ৰাজধানীত এক অনুশিলন শিবিৰৰ আয়োজন
জঘন্যতাৰ সীমা পাৰ, গুৱাহাটীত মন্দিৰ প্ৰাংগনতেই ৯ যুৱকে এগৰাকী যুৱতীৰ সৈতে … মহানগৰীত সংঘটিত হৈছে এক অতিকে জঘন্য কাণ্ড। ৯ জনকৈ পাষণ্ড যুৱকৰ কামনাৰ বলি এগৰাকী যুৱতী। কেৱল ধৰ্ষণ কৰাই নহয়, ভিডিঅ বনাই অত্যাচাৰো চলালে যুৱতীৰ সৈতে। লগতে সামাজিক মাধ্যমতো ভাইৰেল কৰিলে সেই ভিডিঅ। গুৱাহাটী মহানগৰীৰ বৰাগাঁৱত সংঘটিত হৈছে এই