Category: Top News

সৰিয়হ , মাকৈ খেতিত ব্যস্ত নৈপৰীয়া বহু কৃষক মাজ নিশালৈ ট্ৰেক্টৰৰ ধপ্‌ধপ্‌ শব্দত ৰজনজনাই থাকে খেতিপথাৰ

সৰিয়হ , মাকৈ খেতিত ব্যস্ত নৈপৰীয়া বহু কৃষক মাজ নিশালৈ ট্ৰেক্টৰৰ ধপ্‌ধপ্‌ শব্দত ৰজনজনাই থাকে খেতিপথাৰ

প্ৰেৰক: আব্দুল লতিফ ৷ বৰ্তমান ৰবি শস্যৰ বতৰ ৷ ৰাজ্যৰ আন বহু অঞ্চলৰ দৰে নামনি অসমৰ নৈপৰীয়া অঞ্চলকে ধৰি প্ৰায়ভাগ অঞ্চলতে কৃষকসকল ব্যস্ত হৈ পৰিছে খেতিপথাৰত ৷ অৱশ্যে এতিয়া খেতিপথাৰত দেখিবলৈ পোৱা নাযায় নাঙল-যুৱঁলী ৷ তাৰ বিপৰীতে ট্ৰেক্টৰ, পাৱাৰটিলাৰ আৰু পানী উত্তোলনৰ বাবে ব্যৱহৃত পাম্পছেট মেচিনৰ ধপ্‌ধপ্‌ শব্দই মাজনিশালৈ ৰজনজনাই

২৪ ডিচেম্বৰত আজমলৰে বহিব বিধায়ক শ্বেৰমান, শীঘ্রে ইউডিএফলৈ

২৪ ডিচেম্বৰত আজমলৰে বহিব বিধায়ক শ্বেৰমান, শীঘ্রে ইউডিএফলৈ

কংগ্রেছ এৰি পুনৰ নিজৰ পুৰণি ঘৰ এ আই ইউ ডি এফলৈ উভতি যাব বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ৷ এ আই ইউ ডি এফৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলৰ উপস্থিতিত শীঘ্রেই বিধায়কগৰাকীয়ে দলটোত যোগদান কৰিব৷ ইয়াৰ পূর্বে বদৰুদ্দিন আজমলৰ স’তে আনুষ্ঠানিক বৈঠকত বহিব কংগ্রেছৰ নিলম্বিত বিধায়কজন৷ অহা ২৪ ডিচেম্বৰত হোজাহত বদৰুদ্দিন