নুৰ ইছলাম মণ্ডল: ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ খোৰাঘাট দলংৰ কাষত ৰবিবাৰে সন্ধিয়া 5.00 বজাত এক পথ দূৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে বাইক চালক জনক তীব্ৰ বেগী মালবাহী টাটা ম’বাইল গাড়ী এখনে মহতিয়াই নিয়াৰ ফলত যুৱক জনৰ থিতাতে মৃত্যু হয়। মৃত্যু হোৱা যুৱক জনৰ নাম মমিনূৰ হক ( ৩২)। হকৰ
Category: Top News
গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। এই ঘটনা সংঘটিত হৈছে মহানগৰীৰ গড়চুক আৰক্ষী থানাৰ অন্তৰ্গত পূৱ বৰাগাঁৱৰ গোঁসাইগাঁৱত । পিতৃয়ে হত্যা কৰিলে ১৩ বছৰীয়া কন্যাক। বিচনাত কম্বল দি ঢাকি থোৱা অৱস্থাত কিশোৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ ৷ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, পূৱ বৰাগাঁৱৰ গোঁসাইগাঁৱত ভাড়াতীয়া হিচাপে আছিল পত্নী-কন্যাসহ
অভিনেত্রী কেটৰিনা কাঈফ আৰু ভিকি কৌশলৰ ৰাজকীয় বিয়াক লৈ বিগত কেইদিনমান ধৰি দেশৰ সংবাদ মাধ্যম তথা ছ’চিয়েল মিডিয়াত ব্যাপক চর্চা চলিছে৷ শেহতীয়াকৈ এই অভিনেতা দম্পতীক কোনে কিমান মূল্যৱান উপহাৰ দিলে তাক লৈ আৰম্ভ হৈছে চর্চা৷ বলীউডৰ জনপ্রিয় অভিনেতা–অভিনেত্রীসক পৰা নৱদম্পতীয়ে লাভ কৰিছে বহু মূল্যৱান উপহাৰ৷ লক্ষণীয়ভাৱে কেটৰিনা আৰু ভিকিৰ বিয়ালৈ
ৰাজ্যৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ বর্তমানেও অব্যাহত আছে অনিশ্চয়তা৷ বিগত সময়ছোৱাত ৬ জনগোষ্ঠী ক্রমে মৰাণ, মটক, তাই আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ জাতীয় সংগঠনসমূহে জনজাতিকৰণৰ দাবীৰ সপক্ষে আন্দোলন অব্যাহত ৰাখিছে যদিও এইক্ষেত্রত কার্যতঃ কেন্দ্র–ৰাজ্য চৰকাৰৰ পৰা কোনো সঁহাৰি লাভ কৰা নাই৷ এই কথা কার্যতঃ সোমবাৰে স্পষ্ট হ’ল
পাৰ্বত্য জিলা কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ কয়লা আৰু খনিজাত সামগ্ৰীক লৈ এতিয়াৰ পৰা ৰাজ্য চৰকাৰ আৰু দুই পাৰ্বত্য জিলাৰ স্বায়ত্তশাসিত পৰিষদৰ মাজত থকা হেঙাৰ আঁতৰ হ’ল ৷ জিলাখনৰ ভূগৰ্ভত থকা প্ৰচুৰ সম্ভাৱনাপূৰ্ণ কয়লা আৰু খনিজাত সামগ্ৰীকলৈ সোমবাৰে ডিফুৰ বৃক্ষ আৰু শিল্প কেন্দ্ৰত ৰাজ্য চৰকাৰৰ পাৰ্বত্য উন্নয়ণ তথা খনি