নগাঁৱৰ বাইপাছত ধাবাৰ নামত একাংশই যৌন ব্যৱসায় চলোৱাৰ এক বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে ৷ দেওবাৰে নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই নগাঁৱৰ এখন ধাবাত ৷ ধাবাখনত নাৰীৰ দেহ ব্যৱসায় চলা বুলি এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাইছিল নগাঁও আৰক্ষীয়ে ৷ জুইশাল নামৰ ধাবাখনত
Category: Top News
ৰঙিয়াত সংঘটিত হৈছে এক জঘন্য ঘটনা৷ ৫০ উৰ্ধৰ মহিলাক ধৰ্ষণ কৰি হত্যা । বৰলীয়া নৈৰ পাৰৰ বাহনিত উদ্ধাৰ হৈছে মৃতদেহটো । ঘটনাকলৈ তীব্ৰ চাঞ্চল্য ৰঙিয়া চিকণীবাৰীত । ইতিমধ্যে, আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত । হাত ভৰি বান্ধি ধৰ্ষণৰ পাছতে চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিছে মহিলাগৰাকীক৷ rape দোষীক শীঘ্ৰেই কৰায়ত্ব
শনিবাৰে নগালেণ্ডত সংঘটিত হোৱা দুৰ্ভাগ্যজনক ঘটনাৰ পাছত পাহাৰীয়া ৰাজ্য নগালেণ্ডৰ মন জিলাত পুনৰ অশান্ত পৰিস্থিতি সৃষ্টি হয় (Tension grips Nagaland)৷ কেইবাজনো নিৰ্দোষী লোক উগ্ৰপন্থী বিৰোধী অভিযানত নিহত(Ambush on civilians in Nagaland) হোৱাৰ পাছত ভাৰতীয় সেনাৰ তৃতীয় কৰৰ তৰফৰ পৰা জনায় যে ঘটনাত মুঠ ৬ জন লোক নিহত আৰু দুজন আহত
ক’ভিডৰ নতুন প্ৰকৰণ ‘অ’মিক্ৰণ'(New COVID-19 Variant Omicron)ৰ অৱস্থিতি ভাৰততো ধৰা পৰাৰ পৰিপ্ৰেক্ষিতত অসমত ক’ভিড সম্পৰ্কীয় এক নতুন মানক সঞ্চালন প্ৰক্ৰিয়া (SOP) জাৰি কৰিছে ৰাজ্য চৰকাৰে । ভাৰত চৰকাৰৰ অ’মিক্ৰণ সম্পৰ্কীয় শেহতীয়া প্ৰট’কলৰ আধাৰত অসমলৈ প্ৰৱেশ কৰা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব লগা নিয়মাৱলী সুনিৰ্দিষ্ট কৰি ৰাজ্যৰ স্বাস্থ্য বিভাগে দেওবাৰে বিতং
প্ৰমোদ বড়ো বিটিআৰৰ চীফ হোৱাৰ যোগ্যতা নাই, প্ৰমোদ বড়ো এবছুৰ সভাপতি হিচাপে ঠিকে আছিল কিন্তু বিটিআৰ চলোৱাৰ যোগ্যতা নাই । বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ বিৰুদ্ধে এই বিস্ফোৰক মন্তব্য বিপিএফৰ সবাপতি হাগ্ৰামা মহিলাৰীৰ (BPF chief Hagrama against Pramod Bodo)। দেওবাৰে কোকৰাঝাৰৰ তিতাগুৰি কমিউনিটি হলত বিপিএফৰ এক কৰ্মশালাত অনুষ্ঠিত হয় ৷