Category: Top News

New COVID SOP in Assam:  আকৌ আৰম্ভ কৰা হৈছে কোৱাৰেন্টিনৰ ব্যৱস্থা

New COVID SOP in Assam: আকৌ আৰম্ভ কৰা হৈছে কোৱাৰেন্টিনৰ ব্যৱস্থা

ক’ভিডৰ নতুন প্ৰকৰণ ‘অ’মিক্ৰণ'(New COVID-19 Variant Omicron)ৰ অৱস্থিতি ভাৰততো ধৰা পৰাৰ পৰিপ্ৰেক্ষিতত অসমত ক’ভিড সম্পৰ্কীয় এক নতুন মানক সঞ্চালন প্ৰক্ৰিয়া (SOP) জাৰি কৰিছে ৰাজ্য চৰকাৰে । ভাৰত চৰকাৰৰ অ’মিক্ৰণ সম্পৰ্কীয় শেহতীয়া প্ৰট’কলৰ আধাৰত অসমলৈ প্ৰৱেশ কৰা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব লগা নিয়মাৱলী সুনিৰ্দিষ্ট কৰি ৰাজ্যৰ স্বাস্থ্য বিভাগে দেওবাৰে বিতং

বিটিআৰৰ চীফ হোৱাৰ যোগ্যতা নাই প্ৰমোদ বড়োৰ : হাগ্ৰামা

বিটিআৰৰ চীফ হোৱাৰ যোগ্যতা নাই প্ৰমোদ বড়োৰ : হাগ্ৰামা

প্ৰমোদ বড়ো বিটিআৰৰ চীফ হোৱাৰ যোগ্যতা নাই, প্ৰমোদ বড়ো এবছুৰ সভাপতি হিচাপে ঠিকে আছিল কিন্তু বিটিআৰ চলোৱাৰ যোগ্যতা নাই । বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ বিৰুদ্ধে এই বিস্ফোৰক মন্তব্য বিপিএফৰ সবাপতি হাগ্ৰামা মহিলাৰীৰ (BPF chief Hagrama against Pramod Bodo)। দেওবাৰে কোকৰাঝাৰৰ তিতাগুৰি কমিউনিটি হলত বিপিএফৰ এক কৰ্মশালাত অনুষ্ঠিত হয় ৷