Category: Top News

সাঁতোৰত ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে শিৱসাগৰৰ আস্থাই

সাঁতোৰত ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে শিৱসাগৰৰ আস্থাই

শিৱসাগৰৰ সন্তান আস্থা চৌধুৰী(Astha Choudhury)ৰ বিশেষ সফলতা ৷ ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতা(National Swimming Competition)ত জুনিয়ৰ আৰু ছিনিয়ৰ দুয়োটা শাখাত পূৰ্বৰ অভিলেখ ভংগ কৰিলে আস্থাই ৷ বেংগালুৰুত অনুষ্ঠিত হোৱা 47 সংখ্যক গ্লেনমাৰ্ক জুনিয়ৰ ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতা(47th Glenmark Junior National Swimming Competition)ত 100 মিটাৰ বাটাৰ ফ্লাই শিতানত 1.02.71 সময় সাঁতুৰি নতুন অভিলেখ গঢ়িবলৈ

আজি লক্ষ্মী পূজা

আজি লক্ষ্মী পূজা

 অভাৱনীয় মূল্যবৃদ্ধিৰ মাজতে আজিৰে পৰা ৰাজ্যজুৰি পালন কৰা হ’ব লক্ষ্মী পূজা৷ ধনৰ অধিষ্ঠাত্রী দেৱীক আৰাধনা কৰাৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন প্রান্তত ব্যাপক আয়োজন চলিছে৷ সৌভাগ্য আৰু শান্তিৰ প্রতীক লক্ষ্মী দেৱীৰ আশিস বিচাৰি প্রতিখন দুর্গা পূজাস্থলীত অনুষ্টুপীয়াকৈ হ’লেও আয়োজন কৰা হৈছে এভাগ পূজাৰ৷ আহিন মাহৰ শেষ পূর্ণিমা তিথিত অনুষ্ঠিত লক্ষ্মী পূজাৰ প্রাক্ক্ষণত