Category: Top News

ইণ্ডিয়া এ আই ইম্পেক্ট ছামিটত অসমৰ আখৰ এ আই

ইণ্ডিয়া এ আই ইম্পেক্ট ছামিটত অসমৰ আখৰ এ আই

ইণ্ডিয়া এ আই ইম্পেক্ট ছামিটত অসমৰ আখৰ এ আই   বিশ্বায়নৰ যুগত মাতৃভাষা অসমীয়াৰ সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰৰ অর্থে ডিজিটেল জগতত ভাষাৰ আধিপত্য বিস্তাৰ কৰাৰ লগতে ভাষাৰ ব্যৱহাৰযোগ্যতা বৃদ্ধিৰ অর্থে জনসাধাৰণৰ বাবে ভাষাটো সহজলভ্য কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। এই লক্ষ্য অগত ৰাখি অসমীয়া ভাষাৰ বাবে অসমত উদ্ভাৱিত প্ৰকল্প “আখৰ এ আই”-এ

এপিএছচিৰ ২০২৪ বৰ্ষৰ ফলাফল ঘোষণাকলৈ লৰা ধেমালি কিয় – কৃষক মুক্তি

এপিএছচিৰ ২০২৪ বৰ্ষৰ ফলাফল ঘোষণাকলৈ লৰা ধেমালি কিয় – কৃষক মুক্তি

স্বচ্ছ-নিকা নিযুক্তিৰ শ্ল’গানক হাতীৰ দেখুৱা দাঁত আখ্যা বিদ্যুৎ শইকীয়াৰ।   *গুৱাহাটী, ১৬ ফেব্ৰুৱাৰীঃ* এ পি এছ চি ২০২৪ বৰ্ষৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ এঘণ্টাৰ পাছতে ঘোষিত ফলাফল আসোঁৱাহপূৰ্ণ হোৱা বুলি পুনৰ বাতিল কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই। এক বিবৃত্তিত শইকীয়াই এনে কাণ্ডত

ৰাইজৰ দলৰ ধিং সমষ্টি সমিতিৰ বর্ধিত কার্যনির্বাহক সভা সম্পন্ন

ৰাইজৰ দলৰ ধিং সমষ্টি সমিতিৰ বর্ধিত কার্যনির্বাহক সভা সম্পন্ন

৫৫ নং ধিং বিধানসভা সমষ্টিত আগন্তুক বিধানসভা নির্বাচন যিমানেই চমু চাপি আহিছে, সিমানেই ৰাজনৈতিক তৎপৰতা তীব্ৰ ৰূপ ধাৰণ কৰিছে।   এই পৰিপ্ৰেক্ষিতত ৰাইজৰ দলেও সমষ্টিটোত দলীয় সংগঠন অধিক শক্তিশালী কৰি তুলিবলৈ ব্যাপক প্ৰচাৰ আৰু সভা-সমিতিৰ জৰিয়তে তৎপৰতা বৃদ্ধি কৰিছে। ঘৰে ঘৰে প্ৰচাৰ অভিযানৰ নেতৃত্ব দিছে ৰাইজৰ দলৰ মুখপাত্র তথা যুৱনেতা

গহপুৰৰ ধোপাবৰত ‘চোতালৰ ৰেঙণি’ অনুষ্ঠান সম্পন্ন

গহপুৰৰ ধোপাবৰত ‘চোতালৰ ৰেঙণি’ অনুষ্ঠান সম্পন্ন

গহপুৰৰ ধোপাবৰত ‘চোতালৰ ৰেঙণি’ অনুষ্ঠান সম্পন্ন         গহপুৰ, ২৭ জানুৱাৰীঃ গাঁওসমূহৰ কণ কণ শিশুৰ মনৰ পৰা মঞ্চভীতি দূৰ কৰাৰ উদ্দেশ্যে চোতালকেই মঞ্চ হিচাপে গঢ়ি তোলাৰ এক অনন্য প্ৰয়াস হিচাপে পৰিচিত ‘চোতালৰ ৰেঙণি’ শীৰ্ষক অনুষ্ঠান গহপুৰৰ ধোপাবৰত সফলতাৰে সম্পন্ন হয়। গণতন্ত্ৰ দিৱস দিনাই অনুষ্ঠিত হোৱা এই অনুষ্ঠানে বিগত