Category: Top News

তিনিচুকীয়া-ডিব্ৰুগড় বাইপাছত দ’ খাৱৈত পৰিল বাহন, থিতাতে মৃত্যু শিশুসহ ৪ জনৰ

তিনিচুকীয়া-ডিব্ৰুগড় বাইপাছত দ’ খাৱৈত পৰিল বাহন, থিতাতে মৃত্যু শিশুসহ ৪ জনৰ

মঙলবাৰে পুৱাই আহিল এক দুঃখবৰ। সোমবাৰে নিশা তিনিচুকীয়াত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাই ৪ জনকৈ লোকে। মৃতসকলৰ ভিতৰত আছে ৩ জনকৈ পুৰুষ আৰু এটি ৭ বছৰীয়া শিশু। এই দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে এগৰাকী মহিলাৰ। তিনিচুকীয়া বাইপাছত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি

চিদলীৰ নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ বাকযুদ্ধ

চিদলীৰ নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ বাকযুদ্ধ

চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰত নামি বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো আৰু বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ বাকযুদ্ধ তুঙ্গত উঠা পৰিলক্ষিত হৈছে । বিশেষকৈ বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য তথা বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে প্ৰতিদিনে ইউপিপিএল দল তথা দলৰ সভাপতি প্ৰমোদ বড়োক উদ্দেশ্য কৰি এটাৰ

চেচাঁ নদীত উদ্ধাৰ ৬দিনে সন্ধানহীন হৈ থকা মধুস্মীতাৰ মৃতদেহ উদ্ধাৰ

চেচাঁ নদীত উদ্ধাৰ ৬দিনে সন্ধানহীন হৈ থকা মধুস্মীতাৰ মৃতদেহ উদ্ধাৰ

বিগত ৬ টা দিনে সন্ধানহীন হৈ থকা যোৰহাট টিয়কৰ মধুস্মীতা বৰুৱা (২৪) নামৰ যুৱতী গৰাকীৰ অৱশেষত মৃতদেহ উদ্ধাৰ হৈছে । লেপেটাকটা আৰক্ষী চকীৰ অন্তৰ্গত কোটোহা আলিয়াচুকৰ চেঁচা নদীত উদ্ধাৰ হয় মৃতদেহ । উল্লেখ্য যে, ৩ নৱেম্বৰত বৰবৰুৱাৰ পৰা নিৰুদ্দেশ হৈ আছিল যুৱতী গৰাকী । ঘটনাৰ সন্দৰ্ভত পংকজ গগৈ নামৰ টিয়কৰ

লজ্জাজনক! পাষাণ পিতৃৰ জঘন্য কা*ণ্ড, সা*ৰি নগ’ল নি*জ কন্যা…

লজ্জাজনক! পাষাণ পিতৃৰ জঘন্য কা*ণ্ড, সা*ৰি নগ’ল নি*জ কন্যা…

এগৰাকী কন্যাৰ বাবে তেওঁৰ পিতৃ এজন মহান লোক হয়, যিয়ে পৃথিৱীৰ সকলো বেয়া দিশৰ পৰা নিজ কন্যাক আঁতৰত ৰাখে। অতি পবিত্ৰ এই পিতৃ-কন্যাৰ সম্পৰ্ক। কোৱা হয়, পিতৃ- মাতৃয়ে নিজ সন্তানৰ সুখৰ বাবে সকলো কামেই কৰিব পাৰে। কিন্তু এনে পবিত্ৰ সম্পৰ্কত কালিমা সানিলে এজন পাষাণ পিতৃয়ে। নিকৃষ্টতাৰ সকলো সীমা পাৰ কৰি