Category: Top News

অস্ত্ৰ সম্বৰণ কৰি মূলসূঁতিলৈ উভতি আহিল বিদ্ৰোহী সংগঠন NLFT জ্যেষ্ঠ কেডাৰ

অস্ত্ৰ সম্বৰণ কৰি মূলসূঁতিলৈ উভতি আহিল বিদ্ৰোহী সংগঠন NLFT জ্যেষ্ঠ কেডাৰ

যুৱ সমাজক ভুল পথে পৰিচালিত হৈ বিভিন্ন বিদ্ৰোহী সংগঠনত যোগদানৰ পৰা বিৰত ৰাখিবলৈ যুটীয়াভাৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে ত্ৰিপুৰা আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে ৷ ইয়াৰ মাজতে সোমবাৰে বিদ্ৰোহী সংগঠন NLFT ৰ এগৰাকী জ্যেষ্ঠ কেডাৰে অস্ত্ৰ সম্বৰণ কৰি মূলসূঁতিলৈ উভতি আহে ৷ আত্মসমৰ্পণ কৰা কেডাৰজন জাইবা কালৈ ওৰফে লিটন জামাতিয়া এলিয়াছ

আজিৰে পৰা আৰম্ভ কটন বিশ্ববিদ্যালয়ৰ স্নাতক বিজ্ঞান শাখাৰ নামভৰ্তি প্ৰক্ৰিয়া

আজিৰে পৰা আৰম্ভ কটন বিশ্ববিদ্যালয়ৰ স্নাতক বিজ্ঞান শাখাৰ নামভৰ্তি প্ৰক্ৰিয়া

কটন বিশ্ববিদ্যালয়ৰ স্নাতক বিজ্ঞান শাখাৰ ২০২১-২২ বৰ্ষৰ প্ৰথম ষান্মাসিকৰ নামভৰ্তি মঙলবাৰৰ পৰা আৰম্ভ হ’ব ৷ মঙলবাৰে প্ৰথম দিনা 475 নম্বৰতকৈ অধিক নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তিৰ প্ৰক্ৰিয়াত অংশ ল’ব পাৰিব ৷ নামভৰ্তিৰ প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় সকলো তথ্য বিশ্ববিদ্যালয়ৰ ৱেবছাইটত উপলব্ধ কৰা হৈছে ৷ মঙলবাৰে পুৱা ১০ বজাৰ পৰা অনলাইনযোগে আৰম্ভ

বিজেপিত যোগদানৰ বাবে ধনৰ লেনদেন বিপিএফৰ প্ৰাক্তন নেতাৰ: হাগ্ৰামা

বিজেপিত যোগদানৰ বাবে ধনৰ লেনদেন বিপিএফৰ প্ৰাক্তন নেতাৰ: হাগ্ৰামা

 বিটিআৰৰ বনৰগাঁও আৰু সুবাইঝাৰ সমষ্টিৰ পৰিষদীয় সদস্য তথা বিপিএফৰ প্ৰাক্তন নেতা ক্ৰমে ৰাজীৱ ব্ৰহ্ম আৰু প্ৰভাত বসুমতাৰীয়ে বৃহৎ ধন দি বিজেপিত যোগদান কৰিছে ৷ এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বিপিএফৰ সভাপতি তথা বিটিআৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে ৷ সোমবাৰে গোসাইগাঁওস্থিত বিপিএফৰ গুমা ব্লক সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত বিপিএফৰ কেন্দ্ৰীয়