Advertisement

Category: Top News

পাহাৰীয়া জিলাত বৈধ হ’ব কয়লা খনন

পাহাৰীয়া জিলাত বৈধ হ’ব কয়লা খনন

পাৰ্বত্য জিলা কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ কয়লা আৰু খনিজাত সামগ্ৰীক লৈ এতিয়াৰ পৰা ৰাজ্য চৰকাৰ আৰু দুই পাৰ্বত্য জিলাৰ স্বায়ত্তশাসিত পৰিষদৰ মাজত থকা হেঙাৰ আঁতৰ হ’ল ৷ জিলাখনৰ

20 গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ দেহত ধৰা পৰিছে ক’ভিড

20 গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ দেহত ধৰা পৰিছে ক’ভিড

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ক’ভিড-১৯ ৰ ব্যাপক সংক্ৰমণ হোৱাৰ তথ্য পোহৰলৈ আহিছে। বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাস তথা ছাত্ৰী নিবাসত থকা ২০ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ দেহত ক’ভিড-১৯ ৰ অৱস্থিতি ধৰা পৰিছে ৷ যাৰ বাবে

15 ঘন্টীয়া অভিযানত আটক 17 গৰাকী বাৰ ডেন্সাৰ

15 ঘন্টীয়া অভিযানত আটক 17 গৰাকী বাৰ ডেন্সাৰ

এখন বাৰত 15 ঘন্টাজুৰি চলিল আৰক্ষীৰ অভিযান ৷ অভিযানৰ অন্তত 17 গৰাকীকৈ বাৰ ডেন্সাৰ আৰু তিনিগৰাকী কৰ্মচাকীক আটক কৰিলে আৰক্ষীয়ে ৷ ক’ভিড প্ৰট’কল ভংগৰ অভিযোগ উঠিছিল এই বাৰখন বিৰুদ্ধে ৷

গুৱাহাটী বিশ্ববিদ্যালয়ত এছ এফ আইৰ প্ৰতিবাদ

গুৱাহাটী বিশ্ববিদ্যালয়ত এছ এফ আইৰ প্ৰতিবাদ

এছ এফ আইৰ ৰাজ্যিক কমিটি(Assam state committee of Student federation of India)ৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা সময়মতে অনুষ্ঠিত কৰা, পৰীক্ষাৰ ফলাফল সময়মতে ঘোষণা কৰা আদি কেতবোৰ দাবীৰ সমৰ্থনত সোমবাৰে বিশ্ববিদ্যালয়ৰ

কলেজসমূহক কৰ্মদক্ষতা মূল্যায়নৰ পোষকতা শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ

কলেজসমূহক কৰ্মদক্ষতা মূল্যায়নৰ পোষকতা শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ

অসমৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে কলেজসমূহক কৰ্মদক্ষতা মূল্যায়নৰ প্ৰতি আহ্বান জনায়। মুখ্য অতিথি ডাঃ পেগুৱে প্ৰধান মন্ত্ৰীৰ স্বচ্ছতা, উদ্ভাবন আৰু জ্ঞান হাব নিৰ্মাণ- এই তিনিটা আহ্বানৰ প্ৰতি শিক্ষক- শিক্ষয়ত্ৰী