সময়ে সময়ে বহু সম্ভ্ৰান্ত লোকৰ ঘৰত নিৰ্যাতিত হৈ আহিছে বনকৰা শিশু তথা কিশোৰ-কিশোৰী ৷ মানৱীয়তাক লজ্জান্বিত কৰা এনে এক ঘটনাই শেহতীয়াকৈ সংঘটিত হৈছে এইখন অসমৰে যোৰহাট জিলাৰ তিতাবৰত ৷ ঘৰত ৰাখিবলৈ লৈ যোৱা দুখীয়া পৰিয়ালৰ কিশোৰী গৰাকীক কাম কৰিবলৈ বাধ্য কৰি মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে তিতাবৰৰ এগৰাকী চিকিৎসকৰ
Category: Top News
যান–জঁটত অতিষ্ঠ মহানগৰবাসীৰ বাবে এটা ভাল খবৰ৷ অহা ৪ নৱেম্বৰত মুকলি হ’ব ছুপাৰ মার্কেটৰ নির্মীয়মাণ উৰণীয়া সেতু৷ দীপাৱলীৰ দিনাই এই উৰণীয়া সেতুখন মুকলি কৰি ৰাইজৰ বাবে উছর্গা কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ইতিমধ্যে দিন–ৰাতি একাকাৰ কৰি এই উৰণীয়া সেতুখনৰ চলিছে নির্মাণৰ কাম৷ ২০২০ চনৰ ১৭ ফেব্রুৱাৰীত এই সেতুখনৰ প্রথম
সাময়িকভাৱে শান্তি বিৰাজ কৰা পাহাৰীয়া জিলা ডিমা হাছাও পুনৰ অশান্ত হৈ পৰিছে৷ উগ্রপন্থী সংগঠন ডিএনএলএৰ নির্বিচাৰ গুলীচালনাত আজি জিলাখনৰ ডিয়ুংমুখৰ ৰেঞ্জাৰ বিলত নিহত হয় তিনিজনকৈ নিৰীহ ট্রাকচালক৷ উগ্রপন্থীৰ ১০–১৫জনীয়া দলে গুলীচালনাতে ক্ষান্ত নাথাকি ডালমিয়া চিমেণ্টৰ ‘ক্লিংকাৰ’ পৰিৱাহী ৫খনকৈ ট্রাকো জ্বলাই দিয়ে৷ নিশা প্রায় ৮.৩০ বজাত সংঘটিত এই ঘটনা সন্দর্ভত প্রাপ্ত
বোকাখাতৰ মেঠনি চাহ বাগিছাত (Methoni tea estate) উত্তপ্ত পৰিস্থিতি । বন বিভাগ আৰু বাগিছা কৰ্তৃপক্ষৰ মাজত তীব্ৰ বিবাদ চলি থকাৰ মাজতে এক বিশেষ নিৰ্দেশনাই এতিয়া কঁপাই তুলিছে বাগিছা অঞ্চল । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধীনৰ বন বিভাগৰ মাটি এৰি দিব লাগিব মেঠনি বাগিছাখনে । অহা ৩১ আগষ্টত শেষ সময়সীমা দিছে কাজিৰঙা
উজনি অসম আৰু চুবুৰীয়া ৰাজ্যসমূহত ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ স্তৰ বাঢ়ি আহিছে। গুৱাহাটীৰ কেইবাটাও অংশ জলমগ্ন হৈ পৰিছে। কেন্দ্ৰীয় জল আয়োগৰ এজন বিষয়াই জনোৱা অনুসৰি, যোৱা চাৰিৰ পৰা পাঁচ দিন ধৰি ব্ৰহ্মপুত্ৰত পানী বাঢ়িছে। এতিয়া, এই পানী সতৰ্কবাণী স্তৰৰ ওপৰত বৈ আছে। এএনআইৰ সৈতে বাৰ্তালাপত কেন্দ্ৰীয় জল আয়োগৰ