আই পি এছ বিষয়া তথা নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে অনতিপলমে গোচৰ ৰুজুৰ নিৰ্দেশ দিছে নলবাৰী মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে। নিলম্বিত ৰাজহ চক্ৰ বিষয়া অপৰ্ণা শৰ্মাৰ এক আবেদনৰ ভিত্তিত আদালতে এই নিৰ্দেশ জাৰি কৰা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, লোকসভা নিৰ্বাচনৰ সময়ছোৱাত ৭মে’ৰ নিশা ষ্ট্ৰংৰোমত বাকযুদ্ধত লিপ্ত হৈছিল
Category: Top News
ABHIJIT KALITA, GUWAHATI,Nov 5: The Guwahati High Court had banned the Raas committees from holding lotteries on the eve of the Raas festival.The Guwahati High Court had issued an order to stop the lottery and gift coupon games on the basis of a Public interest litigation (PIL) . Therefore, the
দীপাৱলীৰ নিশা পোহৰেৰে আলোকিত হৈ পৰিছিল সমগ্ৰ দেশ। বি-টাউনৰ চেলিব্ৰিটিসকলেও তেওঁলোকৰ ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে দীপাৱলী উদযাপনৰ ফটো। লগতে সকলোকে জনাইছে পোহৰৰ উৎসৱৰ শুভেচ্ছা। শেহতীয়াকৈ বিবাহপাশত আৱদ্ধ হোৱা বহুতো চেলিব্ৰিটিয়ে একেলগে তেওঁলোকৰ প্ৰথম দেৱালী উদযাপন কৰিছে। বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰাই তেওঁৰ স্বামী ৰাঘৱ চাদ্ধাৰ সৈতে দেৱালী উৎসৱ উদযাপন কৰিছিল। পৰিণীতিক
বটদ্ৰৱা আৰক্ষীৰ বৃহৎ সাফল্য নিশা অভিযান চলাই বটদ্ৰৱা নিকটৱৰ্তী চলাপথাৰৰ পৰা আটক কৰে ১০জন জুৱাৰীক। জানিব পৰা মতে:যোৱা ৰাতি বটদ্ৰৱা আৰক্ষী এক গোপন সূত্ৰৰ পম খেদি বটদ্ৰৱাৰ নিকটৱৰ্তী চলাপথাৰৰ পৰা ১০জন জুৱাৰীক জুৱা খেলি থকা অৱস্থাত আটক কৰিবলৈ সক্ষম হয়। বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰপ্ত বিষয়া বিৰেণ কলিতাৰ নেতৃত্বত চলিছিল এই
দুৰ্ঘটনাত আহত যুৱতীগৰাকীৰ নাম নেহা বসুমতাৰী। মৃত্যু হোৱা কনামিকাৰ বয়স ১৯ বছৰ আৰু দীপিত দে’ৰ নাম ২২ খানাপাৰাত শিহৰণকাৰী দুৰ্ঘটনাত নিহত দুই যুৱক-যুৱতীৰ পৰিচয় উদ্ধাৰ হৈছে। নিহত যুৱতীগৰাকীৰ নাম কনামিকা নাৰ্জাৰী। কনামিকাৰ ঘৰ কোকৰাঝাৰৰ ঝাড়াগুৰিত। নিহত যুৱকজনৰ নাম দীপিত দে’। তেওঁৰ ঘৰ খ্ৰীষ্টানবস্তিৰ শ্ৰীনগৰত। নিহত কনামিকাই গুৱাহাটীত কোচিং কৰি আছিল