Advertisement

Category: Top News

বজালী জিলাৰ পাটাছাৰকুছিৰ বৰ্ণালী দাসে গৌৰৱ কঢ়িয়াইছে অসমবাসীলৈ

বজালী জিলাৰ পাটাছাৰকুছিৰ বৰ্ণালী দাসে গৌৰৱ কঢ়িয়াইছে অসমবাসীলৈ

বজালী জিলাৰ পাটাছাৰকুছিৰ মেধাৱী ছাত্ৰী বৰ্ণালী দাসে গৌৰৱ কঢ়িয়াইছে অসমবাসীলৈ । পুনেস্থিত Tata Institute of Fundamental Research ত গৱেষণা কৰি বৰ্ণালীয়ে সূৰ্যতকৈ ডাঙৰ, অতি উষ্ণ আৰু বৃহৎ চুম্বকীয় ক্ষেত্ৰৰ অধিকাৰী

মহানগৰীত লাচিত দিৱস উদযাপন

মহানগৰীত লাচিত দিৱস উদযাপন

সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত মহানগৰীৰ লাচিত ঘাটৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সমীপত উদয়াপন কৰা হয় লাচিত দিৱস (Lachit Divas 2021) ৷ এই অনুষ্ঠানত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ

অভয়াপুৰীত বিভিন্ন হিতাধিকাৰীৰ সৈতে মন্ত্ৰী অতুল বৰাৰ বৈঠক

অভয়াপুৰীত বিভিন্ন হিতাধিকাৰীৰ সৈতে মন্ত্ৰী অতুল বৰাৰ বৈঠক

বিগত পোন্ধৰ বছৰে কংগ্ৰেছৰ দিনত দূৰ্নীতি পোত গৈছে ৰাজ্য ।সেয়ে একেদিনাই দুৰ্নীতি নিৰ্মূল কৰাটো অসম্ভৱ- এই মন্তব্য কৃষি মন্ত্ৰী অতুল বৰাৰ। আজি বঙাইগাঁও জিলাৰ অভয়াপুৰীস্থিত উত্তৰ শালমাৰা মহকুমাধিপতিৰ কাৰ্যালয়ত বিভিন্ন

বাক্সাৰ শিমলা অঞ্চলত বিটিচিৰ চৰকাৰী চাইকেল বিতৰণ

বাক্সাৰ শিমলা অঞ্চলত বিটিচিৰ চৰকাৰী চাইকেল বিতৰণ

বাক্সা জিলাৰ ককলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, নৰ্থ কামৰূপ বেতবাৰী হাইস্কুল আৰু হিমাচল হাইস্কুল, গোলাগাঁৱত আজি ( ২২ নৱেম্বৰ) বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰক বিটিচি

ত্রিপুৰাত টিএমচিৰ নেত্রী ছায়োনি ঘোষক গ্রেপ্তাৰ

ত্রিপুৰাত টিএমচিৰ নেত্রী ছায়োনি ঘোষক গ্রেপ্তাৰ

তৃণমূল কংগ্রেছৰ নেত্রী তথা বাংলা অভিনেত্রী ছায়োনি ঘোষক ত্রিপুৰাৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ ত্রিপুৰাৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা ছায়োনি ঘোষক বিজেপিৰ কর্মীয়ে আক্রমণ কৰা বুলি তৃণমূল কংগ্রেছে দাবী কৰিছে৷ তৃণমূল কংগ্রেছৰ এই