নিবনুৱা যুৱক-যুৱতীসকলে এতিয়াৰে পৰা নিয়োগ বিনিময় কেন্দ্ৰলৈ (Employment Exchange Centre)নোযোৱাকৈ অনলাইন যোগে পঞ্জীয়ন কৰিব পাৰিব। বুধবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰে। এই বিষয়ে আজি এখন সংবাদমেলত প্ৰকাশ কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই।
Category: Top News
মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সন্দৰ্ভত ইতিমধ্যে জাৰি হোৱা নিৰ্দেশনাৰ ৫ নং দফা বাতিল কৰিছে চৰকাৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰ উপস্থিতিত সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ সৈতে হোৱা এক আলোচনাত এই সিদ্ধান্ত গ্ৰহণ কৰা
বুধবাৰে ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত বৃহস্পতিবাৰে অৱগত কৰে মন্ত্ৰী পিযুষ হাজৰিকাই। বুধবাৰে কিছু পৰিস্থিতিগত কাৰণত ঘোষণা নকৰা কেবিনেটৰ সিদ্ধান্তসমূহ হৈছে-ৰাজ্যখনৰ গাওঁসমূহৰ গাওঁবুঢ়াসকলক এতিয়াৰ পৰা গাওঁ প্ৰধান হিচাপে নামাকৰণ হ’ব। গাওঁ প্ৰধানৰ চাকৰিৰ ন্যূনতম বয়স ৩০বছৰ আৰু ঊৰ্ধতম বয়স ৬৫বছৰ হ’ব লাগিব। উল্লেখ্য যে পূৰ্বতে গাওঁ প্ৰধানৰ নূন্যতম
মঙ্গলবাৰে সন্ধিয়া মালিগাঁৱৰ গোশালাৰ এজন ব্যৱসায়ীৰ পৰা ধনৰ বেগ কাঢ়িবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে আটক কৰা কুখ্যাত ইৰাণী গোটৰ সদস্য চিলনী চোৰ বান্তি গোৱালাই বুধবাৰে আৰক্ষীৰ জালৰ পৰা পলায়নৰ চেষ্টা কৰোতে আৰক্ষীৰ গুলীত আহত হয়। আৰক্ষীৰ গুলীত আহত হোৱা কুখ্যাত দুৰ্বৃত্তটো বৰ্তমান গুৱাহাটী মেডিকেল কলেজ হস্পিতালত চিকিৎসাধীন হৈ আছে। উল্লেখ্য যে,
ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত সভাপতি তথা বিধায়ক অখিল গগৈৰ প্ৰথমখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ইতিহাস বিকৃতকৰণ ৰাজনীতিক তীক্ষ্ণ সমালোচনাৰ লগতে আচল সত্য তথ্যৰ ৰাজহুৱা।বিধায়কৰ কাম বিধানসভাত আইন প্ৰণয়ন কৰা।কেৱল বিধানসভাতহে তেওঁৰ কাম।বিধায়কে উপায়ুক্তক নিৰ্দেশ, এছ.পি, চক্ৰ বিষয়াৰ পৰা কামৰ খতিয়ান ল’ব নোৱাৰে।সেই কাম মন্ত্ৰী সকলেহে কৰিব পাৰিব