এক লাখ নিবনুৱা যুৱক–যুৱতীক নিযুক্তি প্রদানৰ বাবে ৰাজ্যৰ ৫৭টা বিভাগত খালী হৈ আছে ৮০ হাজাৰ পদ৷ বুধবাৰে এই কথা সদৰী কৰিলে বিত্তমন্ত্রী অজন্তা নেওগে৷ মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে, ৰাজ্যিক কেবিনেটে ইতিপূর্বে গঠন কৰি দিয়া কমিটীয়ে সকলো বিভাগৰ পৰা খালী হৈ থকা পদ আৰু নতুন পদ সৃষ্টি সন্দর্ভত প্রতিবেদন লাভ কৰাৰ
Category: Top News
অসম আৰক্ষীৰ ভিতৰচ’ৰাক জোকাৰি যোৱা চোৰাং সোণ সৰবৰাহ কাণ্ডই এইবাৰ নতুন মোৰ লৈছে৷ এই কু–কার্যৰে জড়িত থকাৰ অভিযোগত ধৃত জি আৰ পিৰ উপ–পৰিদর্শক বদ্রীপ্রসাদ বাৰোৱাটীৰ ঘনিষ্ঠ সহযোগী তথা অবৈধ প্রেমিকা সৰস্বতী হাছনুক মহানগৰ আৰক্ষীয়ে কালি নিশা ডিফুৰ পৰা গ্রেপ্তাৰ কৰিছে৷ সোণৰ চোৰাং সৰবৰাহ কৰিবলৈ বদ্রীপ্রসাদে একাংশ ঘনিষ্ঠ কনিষ্টবলৰ লগতে মহিলা
The Assam government will take specific policy measures to slow down the growth of the minority population with an aim to eradicate poverty and illiteracy, Chief Minister Himanta Biswa Sarma said. The state government’s primary objective is to expand health and educational initiatives, and check the growth of the Muslim
তামুলপুৰত জঘন্য ঘটনা। ৯ বছৰীয়া নিজ কন্যা সন্তানক ধৰ্ষণ ৪৫ বছৰীয়া লোকৰ। আৰক্ষীৰ জালত লম্পট ব্ৰজেন কলিতা। কনমানিটোক যোৱা ২৫ জুনতেই ধৰ্ষণ কৰিছিল পশ্চিম ঝাৰগাঁও নিবাসী ব্ৰজেন কলিতা নামৰ লোকজনে। দেওঁবাৰে শিশুটি অসুস্থ হৈ পৰাত মাকক সমগ্ৰ ঘটনা বিৱৰি কোৱাত লোক জনৰ জঘন্য কাণ্ড পোহৰলৈ আহে।
গুৱাহাটী ৰে’লৱে পুলিচে জব্দ কৰে ভাংখিনি ।৩গৰাকী মহিলাই ৰে’লত আহিছিল ভাংখিনি ।জব্দ কৰা ভাংখিনিৰ মূল্য প্ৰায় ১ লাখ টকা । মহিলাকেইগৰাকী সুনিতা দেৱী, অৰপিতা দেৱী আৰু কিৰণ দেৱী ,আগৰতলাৰ পৰা বিহাৰলৈ নিয়া হৈছিল ভাঙখিনি ।