গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ জালুকবাৰীৰ হোটেল ৰেডিছন ৰ সন্মুখত ৩৭নং ৰাষ্ট্রীয় ঘাইপথত সোমবাৰে পুৱতি নিশা প্রায় ৩ জাত জালুক্বাৰী আৰক্ষী চকীৰ এটা টহলদাৰী দলে মেঘালয়ৰ পৰা অহা দুখন চোৰাং কাঠভর্তি ট্রাক জব্দ কৰে৷ নথি–পত্রৰ বিসংগতি থকাৰ সন্দেহত জব্দ কৰা ট্রাক দুখন পুৱা আৰক্ষীয়ে স্থানীয় খানামুখ খণ্ড ন বিষয়া কার্যালয়ত চমজাই দিয়ে৷
Category: Top News
The Assam Government has released a fresh COVID19 SOP — Standard Operating Procedure — on Tuesday. Curfew restrictions for Guwahati remain unchanged from the last SOP. In Guwahati, the movement of general public has been allowed till 5 PM. The closing of shops and establishments has been fixed at 4
অসমত বাহাল থাকিব আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা। ৰাজ্য চৰকাৰে মঙলবাৰে জাৰি কৰা নীতি-নিৰ্দেশনাত এই কথা উল্লেখ কৰা হৈছে। লগতে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত যুগ্ম-অযুগ্ম নীতিও বৰ্তি থাকিব।
এটা বিশেষ ‘চেনেল’ত পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাধীন)ৰ সৈতে প্রাৰম্ভিক আলোচনা আগবঢ়াই থকা হৈছে৷ নতুন দিল্লীৰ আছাম হাউছত ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাছত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শনিবাৰে এই ইংগিত দিয়ে৷ বৈঠকৰ অন্তত আছাম হাউছতে অনুষ্ঠিত এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা
According to the weather warning bulletin of the National Weather Forecasting Centre of the India Meteorological Department (IMD), heavy to very heavy rainfall is very likely at isolated places over Assam and Meghalaya. Heavy rainfall is likely at isolated places over Bihar, Arunachal Pradesh, Tamil Nadu, Puducherry &Karikal, Kerala &Mahe,