শেহতীয়া ফলাফলত অসন্তুষ্ট শিক্ষাৰ্থীৰ বাবে বিশেষ পৰীক্ষা

1 min read

উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
শেহতীয়া ফলাফলত অসন্তুষ্ট শিক্ষাৰ্থীৰ বাবে বিশেষ পৰীক্ষা | ৯-১৬ আগষ্টলৈ অনলাইন প্ৰ-পত্ৰ পূৰণ
সংশ্লীষ্ট শিক্ষানুষ্ঠানত পাব বিতং তথ্য
পৰীক্ষাত অৱতীৰ্ণই পাব নতুন মূল্যায়ন আধাৰিত মাৰ্কশ্বীট|
জমা দিব লাগিব বৰ্তমানৰ মাৰ্কশ্বীট সকলো (নিয়মীয়া, বেটাৰমেণ্ট, প্ৰাইভেট) পৰীক্ষাৰ্থীৰ বাবে মুকলি এই সুবিধা |

You May Also Like

More From Author