১২অক্টোবৰত মুকলি সভাত অংশগ্রহণ কৰিব মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নিউজ ব্যুৰ’,নগাঁও,৯অক্টোবৰ :– উত্তৰ-পূব ভাৰতৰ সর্ববৃহৎ ধর্মীয় অনুষ্ঠান শ্রীমন্ত শংকৰদেৱ সংঘৰ চতুর্বিংশতি সংখ্যক কেন্দ্রীয় অংকীয়া নাট সমাৰোহখনি অহা ১০অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ গেদাৰবড়িত অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে ৷ ইতিমধ্য সমাৰোহস্থলী আটকধুনীকৈ সজাই পৰাই তুলিবলৈ আদৰণি
Category: Top News
চৌদিশে শৰতৰ মধু আলোড়ন৷ মলয়া বতাহত হালি–জালি নচা কঁহুৱাৰ আঁচলত ধৰি ধৰালৈ আগমন ঘটিছে শাৰদী ৰাণীৰ৷ শৰৎ মানেই উৎসৱৰ বতৰ৷ মধুময় পৰিৱেশৰ মাজেৰে ৰাজ্যত আৰম্ভ হৈছে দুর্গোৎসৱৰ ক্ষণ গণনা৷ বছৰজোৰা ভক্তৰ প্রতীক্ষাৰ অন্ত পেলাই মহালয়াত ধৰাৰ বুকুলৈ আগমন ঘটা দশভুজাক আজি ষষ্ঠীৰ বেদীত প্রাণ প্রতিষ্ঠা কৰা হ’ব৷ ইয়াৰ লগে লগে
আজি নৱৰাত্ৰিৰ পঞ্চম দিন; আজি এই দিনটোত কৰা হয় মা দুৰ্গাৰ পঞ্চম অৱতাৰ অৰ্থাৎ ‘স্কন্দমাতা’ৰ পূজা আৰধনা
স্কন্দমাতা হৈছে হিন্দু দেৱী পাৰ্বতীৰ পঞ্চম ৰূপ। তেওঁৰ নামটো ‘স্কন্দ’ৰ পৰা আহিছে। যুদ্ধদেৱতা কাৰ্তিকৰ ই এক বিকল্প নাম, আৰু মাতা শব্দৰ অৰ্থ মাতৃ। নৱদুৰ্গাৰ এগৰাকী হিচাপে নৱৰাত্ৰিৰ পঞ্চম দিনা স্কন্দমাতাৰ পূজা অনুষ্ঠিত হয়। দেৱীৰ অৱস্থান বিশুদ্ধ চক্ৰ। তেওঁ ভক্তসকলক বিপদৰ পৰা পৰিত্ৰাণ কৰে, শক্তি, সমৃদ্ধি আৰু ঐশ্বৰ্য প্ৰদান কৰে। দেৱীয়ে
এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল কলিয়াবৰবাসী নিউজ ব্যুৰ’,নগাঁও,৫ অক্টোবৰ:– এতিয়াৰ পৰা নগাঁও জিলাৰ অন্তৰ্গত কলিয়াবৰ মহকুমাৰ নতুন পৰিচয় হ’ল কলিয়াবৰ সমজিলা। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শুকুৰবাৰে আনুষ্ঠানিকভাৱে কলিয়াবৰ সমজিলা উদ্বোধন কৰা হয়। ৰাজ্য চৰকাৰে সমষ্টি ভিত্তিত প্ৰথম পৰ্যায়ত ঘোষণা কৰা ৩৯খন সমজিলাৰ অন্যতম নগাঁৱৰ কলিয়াবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়টো এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত
আজিৰ দিনটোত দেৱী দুৰ্গাৰ চন্দ্ৰঘণ্টাৰ ৰূপৰ আৰাধনা কৰা হয়। মা চন্দ্ৰঘণ্টাৰ শৰীৰৰ ৰং সোণালী, উজ্জ্বল আৰু তেওঁৰ বাহন সিংহ।