Category: Top News

বিশ্ব হিন্দু পৰিষদৰ সভাত প্ৰখণ্ডৰ উপ-সভাপতি নিৰ্বাচিত শিখা শৰ্মা

বিশ্ব হিন্দু পৰিষদৰ সভাত প্ৰখণ্ডৰ উপ-সভাপতি নিৰ্বাচিত শিখা শৰ্মা

খ্যাতনামা সমাজ সংগঠক, লেখিকা, সংগীত শিল্পী শিখা শৰ্মাক বিশ্ব হিন্দু পৰিষদৰ খানাপাৰা প্ৰখণ্ডৰ উপ-সভাপতি হিচাপে মনোনীত কৰা হৈছে। বিশ্ব হিন্দু পৰিষদৰ উত্তৰ-পূব প্ৰান্তৰ মঠ-মন্দিৰ, অৰ্চক-পুৰোহিত প্ৰমুখ শুভাৰম বৰা, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পাঞ্জাবাৰী শাখাৰ কাৰ্যবাহ বুদ্ধি প্ৰসাদ খনাল প্ৰমুখ্যে সংঘৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল উপস্থিতিত অনুষ্ঠিত বৈঠকত সমাজ সংগঠকগৰাকীৰ ওপৰত এই দায়িত্ব অৰ্পণ

আজি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনি অসমৰ শুভ উদ্বোধন; ২৫ হাজাৰ নিবনুৱা যুৱক-যুৱতীলৈ ঋণ প্ৰদান

আজি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনি অসমৰ শুভ উদ্বোধন; ২৫ হাজাৰ নিবনুৱা যুৱক-যুৱতীলৈ ঋণ প্ৰদান

খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত বিশেষ অনুষ্ঠান। ২৫ হাজাৰ নিবনুৱা যুৱক-যুৱতীক প্ৰদান কৰা হ’ব ২ লাখ টকাৰ ঋণ। প্ৰথম কিস্তিত দিয়া হ’ব ৭৫ হাজাৰ টকা। ৩ দিনীয়া প্ৰশিক্ষণৰ অন্তত পুনৰ প্ৰদান কৰা হ’ব ২৫ হাজাৰ টকা। নৱেম্বৰ মাহৰ ভিতৰতে প্ৰদান কৰা হ’ব দুয়োটা কিস্তি। নতুনকৈ ৭৫ হাজাৰ যুৱক-যুৱতীক অন্তৰ্ভুক্ত

শিৱসাগৰত এ ডি আৰ ই পৰীক্ষাৰ ভুৱা প্ৰশ্ন কাকতৰ পোষ্ট দি বিপদত মহিলা…

শিৱসাগৰত এ ডি আৰ ই পৰীক্ষাৰ ভুৱা প্ৰশ্ন কাকতৰ পোষ্ট দি বিপদত মহিলা…

অসম চৰকাৰে ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত কৰিবলগীয়া এ ডি আৰ ই পৰীক্ষাৰ ভুৱা প্ৰশ্ন কাকত ফেচবুকত পোষ্ট দি বিপদত এগৰাকী মহিলা। মহিলাগৰাকীৰ নাম ৰশ্মি গগৈ বুলি জানিব পৰা গৈছে> শিৱসাগৰ আৰক্ষীয়ে আটক কৰিছে ৰশ্মি গগৈক। জিলাখনৰ নামতি অঞ্চলত মহিলা গৰাকীক আটক কৰি সোধ-পোছ কৰে আৰক্ষীয়ে। সোধপোছৰ অন্তত উক্ত পোষ্ট ভুৱা হিচাপে

অনলাইন ট্ৰেডিং কেলেংকাৰীঃ ৰাজ্যৰ বহুকেইজন সাংবাদিক, ইউটিউবাৰক তলব ডিব্ৰুগড় আৰক্ষীৰ

অনলাইন ট্ৰেডিং কেলেংকাৰীঃ ৰাজ্যৰ বহুকেইজন সাংবাদিক, ইউটিউবাৰক তলব ডিব্ৰুগড় আৰক্ষীৰ

গুৱাহাটী, ২৮ ছেপ্টেম্বৰঃ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা অনলাইন ট্ৰেডিং কেলেংকাৰীৰ এতিয়াও তদন্ত অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। অভিনেত্ৰী চুমী বৰা, স্বামী তাৰ্কিক বৰাকে ধৰি মাষ্টাৰমাইণ্ড বিশাল ফুকনক গ্ৰেপ্তাৰ কৰাৰ পাছত আজি ডিব্ৰুগড় আৰক্ষীয়ে ৰাজ্যৰ কেইবাজনো ইউটিউবাৰ আৰু ডিজিটেল কন্টেন্ট ক্ৰিয়েটৰক সোধা-পোছাৰ বাবে তলব কৰে। সকলোৰে দৃষ্টি আকৰ্ষণ কৰা এই কেলেংকাৰীৰ বিৰুদ্ধে