Advertisement

Category: Top News

অসম চৰকাৰলৈ বন্ধনৰ ১০০টা অক্সিজেন কনচেনট্ৰেটৰ প্ৰদান

অসম চৰকাৰলৈ বন্ধনৰ ১০০টা অক্সিজেন কনচেনট্ৰেটৰ প্ৰদান

সাম্প্ৰতিক ক’ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ অসম চৰকাৰক যৎকিঞ্চিৎ সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যে বন্ধনে ১০০টা অক্সিজেন কনচেনট্ৰেটৰ প্ৰদান কৰে৷ ক’ভিড-১৯ৰ জটিলতাৰ লগতে অক্সিজেনৰ নাটনিৰে মোকাবিলা কৰিবৰ বাবে প্ৰদান কৰা প্ৰতিটো