গুৱাহাটীঃ অসমত ক’ভিডৰ বাবে লকডাউন দিবলগীয়া পৰিৱেশ হোৱা নাই। এই কথা দোহাৰি সোমবাৰে ৰাইজক আশ্বস্ত কৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। স্বাস্থ্যমন্ত্ৰীগৰাকীৰ মন্তব্য—”অসমত লকডাউনৰ পৰিৱেশ নাই। কিয়নো আমাৰ পজিটিভিটীৰ হাৰ মাত্ৰ ০.৫ শতাংশ। যেতিয়ালৈকে ক’ভিড থাকে, তেতিয়ালৈকে ০.৫ শতাংশ পজিটিভিটী থাকিবই। লকডাউন কৰিও ক’ভিড ০.৫লৈকেহে নমাব পাৰিব।” ড০ শৰ্মাই কয়
Category: Top News
পৱিত্র শিক্ষাবৃত্তিত কালিমা সানিলে এজন লম্পট শিক্ষকে৷ এইজন লম্পট শিক্ষকে এগৰাকী নাবালিকা ছাত্রীক ধর্ষণ কৰি সামাজিক মাধ্যমত ফটো ভাইৰেল কৰা দুষ্কার্য সম্প্রতি পলমকৈ হ’লেও পোহৰলৈ আহিছে৷ এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ জনিয়াস্থিত (সালেকুৰা) অমৰদীপ জাতীয় একাডেমীত৷ প্রাপ্ত অভিযোগ অনুসৰি কলগাছিয়াৰ এগৰাকী নাবালিকা ছাত্রী জনিয়াৰ অমৰদীপ একাডেমীত দশম শ্রেণীত অধ্যয়নৰত
নঙলামুখ পালেহি অসমীয়াৰ বাপতিসাহোন স্নেহৰ ৰঙালী বিহু৷ কাইলৈৰ পৰা আৰম্ভ হ’ব অসমীয়াৰ আদৰৰ ৰঙালী বিহু৷ ৰঙালী বিহুক আদৰিবলৈ সমগ্র ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত প্রস্তুতি প্রায় সম্পন্ন কৰি তোলা হৈছে৷ ক’ৰোনা মহামাৰীৰ ভয়াৱহতাকো নেওচি বিহু সমিতিসমূহে ৰঙালীক আদৰিবলৈ ইতিমধ্যে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে৷ ঢ়োল–পেঁপাৰ মাতত সমগ্র ৰাজ্যৰ লগতে মহানগৰীৰ চৌপাশে উখল–মাখল
আকৌ লজ্জানত হ’ল ডিব্রুগড় বিশ্ববিদ্যালয়৷ উপাচার্য–পঞ্জীয়কৰ সীমাহীন দুর্নীতিয়ে কলংকিত কৰি তোলা বিশ্ববিদ্যালয়খনক এইবাৰ লজ্জানত কৰিছে এগৰাকী জ্যেষ্ঠ অধ্যাপকৰ কু–কীর্তিয়ে৷ অধ্যাপকগৰাকীয়ে বিগত পাঁচ বছৰ ধৰি ছাত্রী আৰু মহিলা কর্মচাৰীৰ ওপৰত চলাই অহা যৌন আতিশয্যৰ ক’লা অধ্যায় শেহতীয়াকৈ পোহৰলৈ আহিছে৷ যি ঘটনাই জোকাৰি গৈছে অসমৰ উচ্চ শিক্ষা জগতখন৷ ইতিমধ্যে ভুক্তভোগী ছাত্রী আৰু
অসমীয়াৰ প্রাণৰ উৎসৱ ৰঙালী বিহুলৈ মাজত মাথোঁ এটা দিন৷ অহা বুধবাৰে ৰাজ্যজুুৰি পালন কৰা হ’ব গৰুবিহু৷ ইয়াৰ লগে লগে আৰম্ভ হ’ব ৰঙালী বিহুৰ পাৰভগা উছাহ৷ গৰুবিহুৰে আৰম্ভ কৰি ৰাজ্যবাসীয়ে সাত বিহুৰ পৰম্পৰা পালন কৰিব৷ ইতিমধ্যে ৰঙালী বিহুৰ প্রস্তুতি সম্পূর্ণ কৰি তোলা হৈছে৷ মানুহ বিহুৰ পুৱা আপোনজনক উপহাৰ দিবলৈ শিপিনীয়ে বৈ