Category: Top News

কামৰূপ(M)ত ড্রাই ডে’ ঘোষণা

কামৰূপ(M)ত ড্রাই ডে’ ঘোষণা

৬ এপ্রিলত হ’বলগীয়া তৃতীয় পর্যায়ৰ নির্বাচনৰ ভোটগ্রহণ সুকলমে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে কামৰূপ জিলাৰ জিলা দণ্ডাধীশ কৈলাস কার্তিক এনে আজি সন্ধিয়া ৬ বজাৰ পৰা ৬ এপ্রিলৰ সন্ধিয়া ৬ বজালৈকে জিলাখনত ড্রাই ডে’ ঘোষণা কৰিছে৷ এই সন্দর্ভত জাৰি কৰা নির্দেশটোত কোৱা হয় যে ড্রাই ডে’ৰ সময়ছোৱাত সকলো ধৰণৰ বণ্ডেড ৱেৰহাউছ, বিলাতী সুৰাৰ

আইআইটি গুৱাহাটীৰ ছাত্রীক দলবদ্ধ ধর্ষণ …

আইআইটি গুৱাহাটীৰ ছাত্রীক দলবদ্ধ ধর্ষণ …

গুৱাহাটীঃ দেশৰ ভিতৰতে কাৰিকৰী শিক্ষাৰ অন্যতম প্রতিষ্ঠান আই আই টি গুৱাহাটীত বহিঃৰাজ্যৰ এগৰাকী ছাত্রী দলবদ্ধ ধর্ষণৰ বলি হোৱা ঘটনাই ৰাজ্যত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দ–উলাহৰ মাজতে যোৱা ২৮ মার্চৰ মাজনিশা শিক্ষানুষ্ঠানখনত অধ্যয়নৰত গুজৰাটৰ এগৰাকী ছাত্রী ওচৰতে থকা পথৰ জাৰণিত মুমূর্ষু অৱস্থাত উদ্ধাৰ হয়৷ ইয়াৰ পাছতে ছাত্রীগৰাকী দলবদ্ধ ধর্ষণৰ