Category: Top News

পৰীক্ষা স্থগিতৰ দাবীত কটন, গুৱাহাটী বিশ্ববিঃৰ শিক্ষার্থীৰ প্রতিবাদ

পৰীক্ষা স্থগিতৰ দাবীত কটন, গুৱাহাটী বিশ্ববিঃৰ শিক্ষার্থীৰ প্রতিবাদ

ৰাজ্যত ক’ভিডৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পাবলৈ ধৰিছে৷ ক’ভিডৰ আগ্রাসী ৰূপে ৰাজ্যত জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ এনে আতংকময় পৰিস্থিতিৰ মাজতে কটন বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ে বিভিন্ন বিভাগৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰাত তীব্র বিৰোধিতা কৰিছে বিশ্ববিদ্যালয় দুখনৰ শিক্ষার্থীসকলে৷ বিশেষকৈ কটন বিশ্ববিদ্যালয়ে অহা ২৩ এপ্রিলৰ পৰা স্নাতক প্রথম বর্ষৰ প্রথম ষাণ্মাসিকৰ

অসমত ডাবল মিউটেট ক’ৰোনা ভাইৰাছ, কি এই ডাবল মিউটেট ভাইৰাছ?

অসমত ডাবল মিউটেট ক’ৰোনা ভাইৰাছ, কি এই ডাবল মিউটেট ভাইৰাছ?

ইউ কে ভেৰিয়েণ্টৰ ক’ভিডৰ পিছত অসমত ওলাইছে ডাবল মিউটেট ক’ভিড ভাইৰাছ। ডিব্ৰুগড় বিমান বন্দৰত কৰা ক’ভিড টেষ্টত এগৰাকী ৰোগীৰ দেহত ধৰা পৰে এই প্ৰকাৰৰ নতুন ক’ৰোনা ভাইৰাছ। আজি স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে উল্লেখ কৰে। ভাৰতত ইতিমধ্যে ডাবল মিউটেট প্ৰকাৰৰ ক’ৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পেলোৱা হৈছিল যদিও অসমত

চিকিৎসালয়ত বিছনাৰ অভাৱ হ’লে হোটেলত ৰাখিব ৰোগীক

চিকিৎসালয়ত বিছনাৰ অভাৱ হ’লে হোটেলত ৰাখিব ৰোগীক

কামৰূপ মহানগৰ জিলাত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধিক লৈ উদ্বিগ্ণ হৈ পৰিছে জিলা প্রশাসন৷ দ্রুতগতি বৃদ্ধি অব্যাহত থাকিলে ক’ভিড–১৯ত আক্রান্তই যাতে পর্যাপ্ত চিকিৎসাৰ পৰা বঞ্চিত নহয়, সেয়া নিশ্চিত কৰিবলৈ মঙলবাৰে জিলা উপায়ুক্ত কার্যালয়ৰ সভাকক্ষত মহানগৰীৰ ব্যক্তিগত চিকিৎসালয় আৰু হোটেলসমূহৰ কর্তৃপক্ষৰ সৈতে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্রধান সচিব