গণেশ চতুৰ্থীৰ দিনা ভগৱান গণেশক বিশেষ উপহাৰ আগবঢ়ালে মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীয়ে। নতুনকৈ সাংসাৰিক জীৱন আৰম্ভ কৰিছে অনন্তই। সুখৰ সংসাৰৰ আশীৰ্বাদ বিচাৰি ভগৱান গণেশক এই বিশাল পৰিমাণৰ সোণ উপহাৰ দিছে ধনী উদ্যোগপতিগৰাকীয়ে। জানিব পৰা মতে মুম্বাইৰ লালবাঘচাৰ গণেশ মূৰ্তিৰ বাবে ২০ কেজি ওজনৰ সোণৰ মুকুট গণেশ বাবাৰ প্ৰতি আগবঢ়াইছে
Category: Top News
তিতাবৰৰ APDCL কাৰ্যালয় ঘেৰাও কৰি তীব্র প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । সমগ্ৰ ৰাজ্যতে স্মাৰ্ট মিটাৰে জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ লোকক ।তিতাবৰত স্মাৰ্ট মিটাৰ ব্যৱহাৰৰ কৰাৰ পাছত গ্ৰাহক সকলে বিদ্যুৎ বিল ৰিচার্জ কৰি জ্বলা কলা খাইছে ।স্মাৰ্ট মিটাৰ লগোৱা পূৰ্বে মাহেকত যদি বিদ্যুৎ বিল আহিছিল যদি 200 পৰা 300
সচিবালয় মুকলিৰ পূৰ্বে সামাজিক মাধ্যমত এক ভিডিঅ’ পোষ্ট কৰি মুখ্যমন্ত্ৰীয়ে লিখিছে,”অসমৰ জনসাধাৰণৰ একেবাৰে ওচৰত মই থাকিব বিচাৰোঁ৷ তাৰেই এক অংশ হিচাপে কিছু সময় পাছতে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় ৰাইজৰ বাবে উছৰ্গা কৰিম। আপোনালোকে জানি সুখী হ’ব যে ইয়ে আমাৰ উজনি অসমৰ জনসাধাৰণৰ সেৱাৰ সম্প্ৰসাৰণ ঘটাব আৰু সেই জিলাসমূহৰ বাবে আমি কৰা
Berlin, Germany – The vibrant annual cultural conference of the Assamese diaspora in Europe, Axom Milon, is all set to make its return in 2024. This year, the event will be held in Berlin from October 4th to October 6th, 2024, marking a significant occasion for the Assamese community across
শেহতীয়াকৈ কৰা এক অধ্যয়ন অনুসৰি ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা স্বচ্ছ ভাৰত অভিযানে ভাৰতৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু অনাময়ৰ ক্ষেত্ৰত লক্ষ্যণীয় পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হৈছে।মোদী প্ৰশাসনৰ অন্যতম বৃহৎ সাফল্য হিচাপে এই মিছনটো স্মৰণীয় হৈ থাকিব। ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱসমূহৰ ভিতৰত স্বাস্থ্য সূচকসমূহৰ উন্নতি, বিশেষকৈ শিশু আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস