Advertisement

Category: Top News

আজি পুনৰ অসমলৈ আহিব অমিত শ্বাহ

আজি পুনৰ অসমলৈ আহিব অমিত শ্বাহ

গুৱাহাটীঃ প্রথম পর্যায়ৰ নির্বাচনৰ প্রচাৰ অভিযান সামৰণি পৰাৰ পাছতেই আজি দ্বিতীয় পর্যায়ৰ নির্বাচনী প্রচাৰ চলাবলৈ পুনৰ অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ বিজেপিৰ শীর্ষ পর্যায়ৰ এই নেতাগৰাকীয়ে আজি কমলপুৰ আৰু