শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ কৰি বিপদত পৰিছে গুৱাহাটীৰ এজন চিকিৎসক। এটা চাইবাৰ চক্রই চিকিৎসকজনৰ পৰা লুটিলে ২কোটি টকা। ফেচবুকত পোৱা লিংক ক্লিক কৰি চিকিৎসকজনে হেৰুৱালে কোটি টকা। ফেচবুকৰ লিংক মতেই টেলিগ্রাম এপৰ গ্রুপত সংযুক্ত হৈছিল ভুক্তভোগী চিকিৎসকজন। এপটোৰ জৰিয়তে শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগৰ পৰামৰ্শ লৈছিল। উল্লেখযোগ্য যে চিকিৎসকজন ৩মাহ ধৰি
Category: Top News
মৰিগাঁও জিলাৰ শিলপুখুৰীত যৌতুকৰ বাবে এগৰাকী ন-বোৱাৰীক হত্যাৰ অভিযোগ। যৌতুকৰ বাবে স্বামী আৰু স্বামী পৰিয়ালে শাৰীৰিক নির্যাতন চলাই বোৱাৰীগৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। শিলপুখুৰী গাঁৱৰ ইজাজুল ইছলাম নামৰ যুৱকজনে সাত মাহ পূর্বে সামাজিক ৰীতি-নীতিৰে বিবাহপাশত আবদ্ধ হৈছিল বোৱাৰীগৰাকীৰ সৈতে। বিয়াৰ পিছৰে পৰা স্বামী আৰু তেওঁৰ পৰিয়ালে বোৱাৰীগৰাকীৰ ওপৰত শাৰীৰিক
নিউজ ব্যুৰ’,নগাঁও,৩১জুলাই:– নগাঁওজিলাৰ বঢ়মপুৰৰ হালোৱাগাঁৱৰ ৰাজনীল ডেন্স একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলে নৃত্য পৰিৱেশনৰ জৰিয়তে চমকপ্ৰদ সফলতা লাভ কৰিছে। গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় “সংস্কৃতি সংগ্ৰাম” মহোৎসৱত উজলিল নগাঁৱৰ হালোৱাগাৱঁৰ এই ৰাজনীল ডেন্স একাডেমী। নগাঁও জিলাৰ বঢ়মপুৰৰ হালোৱাগাঁৱৰ ৰাজনীল ডেন্স একাডেমীৰ ১২গৰাকী ছাত্ৰ-ছাত্ৰীয়ে “সংস্কৃতি সংগ্ৰাম” মহোৎসৱত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠত্বৰ বঁটা লাভ কৰিবলৈ সক্ষম
দিল্লীত ফ্লেটত বাস কৰিছিল অসমৰ ২১ বছৰীয়া যুৱতী স্নেহা। জিমট্ৰেইনাৰ হিচাপে কাম কৰিছিল স্নেহাই। কিন্তু শুকুৰবাৰে ফ্লেটতে স্নেহাৰ সৈতে প্ৰেমিক ৰাজে সংঘটিত কৰিলে ভয়ংকৰ কাহিনী… Video: https://www.facebook.com/share/v/tNkxGLwTivHgTTgo/?mibextid=jmPrMh -দিল্লীত ফ্লেটত বাস কৰিছিল অসমৰ যুৱতী স্নেহা নাথ -২১ বছৰীয়া স্নেহাই জিম ট্ৰেইনাৰ হিচাপে কাম কৰি আছিল -শনিবাৰে ফ্লেটত উপস্থিত হৈ স্নেহাক আক্রমণ
চিত্ৰাংকন প্ৰতিযোগিতা-শিশুৰ প্ৰতিভা বিকাশৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন নিউজ ব্যুৰ’,নগাঁও,২৪জুলাই :–২০২৩চনৰ ৮জুলাইত নগাঁও জিলাৰ বৃহত্তৰ সোণাইপৰীয়া অঞ্চলৰ শিল্পীসকলৰ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনত উৎকৰ্ষ সাধনেৰে একত্ৰিত হৈ সোণাই নৈৰ সোঁতে সোঁতে চিৰকাল বোৱাঁই ৰখাৰ মানসেৰে ”সোণাইপৰীয়া শিল্পী মঞ্চ”ৰ প্ৰতিষ্ঠা হয় । মঞ্চৰ প্ৰতিষ্ঠা দিৱসটি অহা ২৬ জুলাইত (শুক্ৰবাৰে) বেবেজীয়াৰ সমীপৰ মাজগাঁৱত আয়োজন