Advertisement

Category: Top News

১ কোটি টকা উৎকোচ: জ্যেষ্ঠ প্রশাসনিক বিষয়াসহ পাঁচজনক গ্রেপ্তাৰ

১ কোটি টকা উৎকোচ: জ্যেষ্ঠ প্রশাসনিক বিষয়াসহ পাঁচজনক গ্রেপ্তাৰ

উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ নির্মাণ প্রকল্পৰ ঠিকা আবণ্টনৰ নামত ঠিকাদাৰী প্রতিষ্ঠানৰ পৰা ১ কোটি টকা উৎকোচ লোৱা ঘটনা সংক্রান্তত অভিযান চলাই চি বি আয়ে কালি এজন জ্যেষ্ঠ ৰে’ল বিষয়াসহ মুঠ পাঁচজন