বি টি আৰ’ত নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বি পি এফ মুৰব্বী হাগ্ৰামা মহিলাৰীক চোকা ভাষাৰে সমালোচনা কৰে। হাগ্ৰামা মহিলাৰীৰ দাদাগিৰি নচলিব, পোন্ধৰ বছৰে তেওঁ দাদাগিৰি চলালে বুলি কয় ড০ শৰ্মাই। লগতে ড- শৰ্মাৰ মন্তব্য—“লাফিকুল হত্যাৰ তদন্ত CBI ক দিয়া হৈছে, আমি ২-৩ মাহৰ ভিতৰত হত্যাকাৰী চিনাক্ত
Category: Top News
New Delhi: Janata Dal (United) president Nitish Kumar took oath as the Chief Minister of Bihar for the fourth straight term on Monday afternoon after closely-fought legislative assembly elections in the state. Notably, it is the seventh time when Nitish Kumar is being sworn in as Chief Minister of Bihar.
অহা ২২ নৱেম্বৰত অনুষ্ঠিত হ’ব আৰক্ষী উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষা। যাৰ বাবে ৰাজ্যিক পৰ্যায়ৰ আৰক্ষীৰ নিযুক্তি ব’ৰ্ডে আজিৰে পৰা পুনৰ মুকলি কৰিছে আৰক্ষী উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ এডমিট কাৰ্ডসমূহ। সেই অনুসৰি, পৰীক্ষাৰ্থিসকলে নিযুক্তি ব’ৰ্ডৰ অফিছিয়েল ৱেবছাইট—slprbassam.in.ত গৈ নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। উল্লেখ্য যে বিগত ২০ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল এই পৰীক্ষা
গুৱাহাটীঃ আপোন ঘৰখনলৈ উভতি আহিছে তেওঁ। এই ঘৰখনকলৈয়ে তেওঁৰ আছিল বহু সপোন। পত্নী, ডেৰ বছৰীয়া পুত্ৰ সন্তানটিক লৈ ভৱিষ্যতৰ কত পৰিকল্পনা। এইবাৰ ছুটীত আহিলেই ভনীয়েকৰ বিয়াৰ যা-যোগাৰ কৰাৰ কথা আছিল। বৃদ্ধ পিতৃ-মাতহালে হেঁপাহেৰে অপেক্ষা কৰি থাকিছিল সৈনিক পুত্ৰলৈ। তেওঁ উভতি আহিল। জাতীয় পতাকাৰে মেৰিওৱা কফিনৰ বুকুত প্ৰাণহীন শৰীৰৰ ৰূপত। নিয়ন্ত্ৰণ
GUWAHATI: The State Level Police Recruitment Board (SLPRB), Assam has released the admit cards for the sub-inspector (SI) recruitment in Assam Police. The admit cards are available on the official website of the SLPRB—slprbassam.in. Assam Police SI Written Exam is scheduled to be held on November 22 at various examination