ষটপূজাঃ পথ নিৰ্দেশনাসমূহ – Guwahati Times
November 19, 2020

ষটপূজাঃ পথ নিৰ্দেশনাসমূহ

ষটপূজাঃ পথ নিৰ্দেশনাসমূহ

🔸ভক্তসকলে বাহন নিব নোৱাৰিব

🔸চিটীবাছসমূহ এপ’ল’ পইণ্ট হৈ এইচ বি ৰোড, টি আৰ পি ৰোড, এ টি ৰোডেৰে অহা–যোৱা কৰিব

🔸টিচি পইণ্ট হৈ জি এন বি ৰোডেৰে ফাঁচীবজাৰ দিশে চলাচল কৰিব

🔸খানাপাৰাৰ পৰা চিটীবাছসমূহ পাণবজাৰ হৈ চলাচল কৰিব
লখৰা, গড়চুক, ছয়মাইল হৈ ট্রাক চলাচল নোৱাৰিব৷

error: Content is protected !!