Category: Top News

অসমৰ বান-গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দায়িত্ব সম্পূৰ্ণভাৱে কেন্দ্ৰীয় চৰকাৰে ল’ব লাগিব

অসমৰ বান-গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দায়িত্ব সম্পূৰ্ণভাৱে কেন্দ্ৰীয় চৰকাৰে ল’ব লাগিব

হাতীমুৰাৰ শ্লুইচ গেট সংযোগী বান্ধটো নিম্নমানদণ্ডৰ নিউজ ব্যুৰ’,নগাঁও,৮জুলাই:–অসমৰ বান পৰিস্থিতিকলৈ কেন্দ্ৰীয় চৰকাৰে দেখুওৱা অমনোযোগিতাকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । ৰবিবাৰে নগাঁৱত ভট্টাচাৰ্যই সংবাদ মাধ্যমক কয় যে শেহতীয়া বান আৰু গৰাখহনীয়াকলৈ আমি উদ্বিগ্ন। ৫৩জনকৈ লোকৰ প্ৰাণ গ’ল। কিন্তু দেশৰ প্ৰধানমন্ত্ৰীজন মৌন আৰু নিস্ক্ৰিয়।

পলাশবাৰীৰ বানাক্ৰান্ত শিশুৰ মাজত মেজিক বাছ

পলাশবাৰীৰ বানাক্ৰান্ত শিশুৰ মাজত মেজিক বাছ

পলাশবাৰী,৬ জুলাই: ৰাজ্যত বানৰ তাণ্ডব অব্যাহত। চাৰিওদিশে বানৰ কবলত পৰি দুখ-যন্ত্ৰণাত ককবকাই আছে সৰ্বসাধাৰণ ৰাইজ। এনে যন্ত্ৰণাৰ মাজতে কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ নহিৰা- গুইমাৰাৰ লোকসকলৰ ঘৰ- দুৱাৰ বানৰ কবলত পৰিছে । উক্ত লোকসকলক ওচৰতে থকা নহিৰা -গুইমাৰা আঞ্চলিক হাইস্কুলত থকাৰ ব্যৱস্থা কৰি দিয়া হৈছে । এনে সময়ত বানাক্ৰান্তৰ শিশুসকলৰ

নগাঁৱত বানাক্ৰান্তৰ কাষত কৃষিমন্ত্ৰী অতুল বৰা,বান পীড়িত জনসাধাৰণৰ সহায়-সাহাৰ্য ১৫আগষ্টৰ পূৰ্বে লাভ কৰাৰ নিৰ্দেশ

নগাঁৱত বানাক্ৰান্তৰ কাষত কৃষিমন্ত্ৰী অতুল বৰা,বান পীড়িত জনসাধাৰণৰ সহায়-সাহাৰ্য ১৫আগষ্টৰ পূৰ্বে লাভ কৰাৰ নিৰ্দেশ

নিউজ ব্যুৰ’,নগাঁও,৪জুলাই :–মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে অসম চৰকাৰৰ কৃষি আৰু উদ্যান শস্য,পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই বৃহস্পতিবাৰে নগাঁও জিলাত উপস্থিত হৈ জিলাখনৰ সামগ্ৰিক বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যৰে নগাঁও জিলা আয়ুক্ত কাৰ্য্যলয়ৰ সভাকক্ষত এখন পৰ্যায়লোচনা সভাত অংশগ্ৰহণ কৰে। উক্ত সভাত অতিৰিক্ত আয়ুক্ত তথা মুখ্য