Category: Top News

Former Assam CM Tarun Gogoi health condition critical

Former Assam CM Tarun Gogoi health condition critical

Guwahati: Former Assam Chief Minister Tarun Gogoi’s condition is critical but ‘Hemodynamically stable’. Assam Finance minister Himanta Biswa Sarma visited Gogoi. “Multi-organ failure has begun. We have given all possible medication. Next 48 hours is critical. We are hoping that he will respond to the medication. He has been put

১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব তিৱা স্বয়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচন

১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব তিৱা স্বয়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচন

তিৱা স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচন অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব। ৰাজ্যিক নিৰ্বাচন আয়োগে এই সম্পৰ্কীয় অধিসূচনা জাৰি কৰিছে। সেই অনুসৰি ২৫ নৱেম্বৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। ২৬ নৱেম্বৰত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব। ২৮ নৱেম্বৰত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। ২৮ নৱেম্বৰত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা পাব।