23.9 C
Assam
Thursday, May 26, 2022

Featured News

শিৱসাগৰত মেধাৱী ছাত্ৰীক স্কুটী প্ৰদান শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Assamese Newsশিৱসাগৰত মেধাৱী ছাত্ৰীক স্কুটী প্ৰদান শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

শিৱসাগৰত ড০ বাণীকান্ত কাকতি বঁটা প্ৰদান কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শিৱসাগৰৰ মুঠ ৯৪৮গৰাকী কৃতী ছাত্ৰীক স্কুটী প্ৰদান কৰে মন্ত্ৰী শৰ্মাই।

উচ্চতম মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীসকলৰ সুবিধাৰ বাবে একোখনকৈ স্কুটী প্ৰদানৰ আঁচনি গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰে।

এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী যোগেন মহন, কামাখ্যা প্ৰসাদ তাছা, সাংসদ তপন কুমাৰ গগৈকে ঘৰি বহু লোক।

ইয়াৰ পৰবৰ্তী পৰ্যায়ত বাক্সাৰ মুছলপুৰৰ ৫৪২গৰাকী ছাত্ৰীক প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
eskort
%d bloggers like this: