Advertisement

Category: Top News

পাকিস্তান সীমান্তত শ্বহীদ অসমৰ বীৰ জোৱান হৰধন ৰায়

পাকিস্তান সীমান্তত শ্বহীদ অসমৰ বীৰ জোৱান হৰধন ৰায়

গুৱাহাটীঃ পাকিস্তান সীমান্তত শ্বহীদ হ’ল অসমৰ বীৰ জোৱান হৰধন ৰায়। পাকিস্তানৰ যুদ্ধ বিৰতি উলংঘা কৰি সীমান্তত চলা গুলীবৰ্ষণৰ প্ৰত্যুত্তৰ দিবলৈ যোৱা অৱস্থাত শ্বহীদ হয় হৰধন ৰায়। দেশৰ বাবে প্ৰাণ আহুতি