গুৱাহাটী: ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ এছ আই কেলেংকাৰীৰ অন্যতম খলনায়ক দিবন ডেকা।ইতিমধ্যে আদালতৰ পৰা ক্ৰাইম ব্ৰাঞ্চে নিজৰ জিম্মাত লৈছে দিবন ডেকাক। জানিব পৰা মতে,আৰক্ষীয়ে ৭ দিনৰ জিম্মাত বিচাৰিছিল দিবন ডেকাক।বুধবাৰৰ নিশা পাটাছাৰকুছিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল দিবন ডেকাক।দিবন ডেকাক আৰক্ষীৰ বিশেষ শাখাৰ এছ অ ইউৰ লকআপত ৰখোৱা হৈছিল। তাৰপাছত দিবন
Category: Top News
গুৱাহাটীৰ 4th APBNত উপস্থিত SI কেলেংকাৰী মূল অভিযুক্ত দিবেন ডেকা। পাটাছাৰকুছিৰ পৰা গ্রেপ্তাৰ কৰা SI কেলেংকাৰীৰ অন্যতম খলনায়কগৰাকীক কাহিলীপাৰাস্থিত ৪র্থ অসম আৰক্ষী বেটেলিয়নলৈ অনা হৈছে। উপস্থিত আছে অসম আৰক্ষী শীর্ষ বিষয়া।
GUWAHATI: One of the prime accused in SI (UB) paper leak scam, BJP leader Diban Deka surrendered before 4th APBN in Kahilipara, Guwahati. More details awaited.
BJP veterans LK Advani, Murli Manohar Joshi and Uma Bharti were among 32 accused acquitted in the 1992 Babri Masjid demolition case on Wednesday, 28 years after the incident pushed India into a cycle of communal riots and politics. Pronouncing the verdict, special CBI judge SK Yadav said there was
গুৱাহাটী: এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আজি আটক হ’ল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা,ৰকিবুল হুছেইন আৰু ন-কংগ্ৰেছী বাবু বৰুৱা। দিছপুৰস্থিত মানবেন্দ্ৰ শৰ্মা কম্প্লেক্সত কেলেংকাৰীৰ উচ্চস্তৰীয় তদন্ত দাবী কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল। উল্লেখযোগ্য যে,প্ৰতিবাদকাৰীসকল ৰাজপথলৈ ওলাই অহা সময়তে প্ৰথমে বেৰিকেড দি