👉দিল্লীৰ যন্তৰ মন্তৰত ৰাতিপুৱা ১০ বজাৰ পৰা ১:০০ বজালৈ সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ তিনি ঘণ্টীয়া ধৰ্ণা 👉অসমৰ বসবাস কৰা ভূমি পুত্ৰ চাওঁতাল সকল জনজাতিকৰণ দাবীৰে যন্তৰ মন্তৰত উত্তাল প্ৰতিবাদ 👉বনাঞ্চলত বসবাস কৰা চাওঁতাল সকলোক বনাঞ্চল আইন ২০০৬ অনুসৰি ভূমি পট্টা প্ৰদান আৰু অষ্টম অনুসুচিত স্বীকৃতি প্ৰাপ্ত চাওঁতালী ভাষা প্ৰাথমিক পৰা
Category: Top News
নিউজ ব্যুৰ’,নগাঁও,২জুলাই:-বানত বুৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। যাৰ ফলত ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱকুলৰ প্ৰতি আহিছে চৰম ভাবুকি। বিশেষকৈ ওখ ঠাইৰ সন্ধানত ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা ওলাই আহি ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাৰ সময়ত যান-বাহনৰ পৰা জীৱ-জন্তুৰ প্ৰাণৰ প্ৰতি সংশয় আহিছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু কলিয়াবৰ মহকুমা আৰক্ষী প্ৰশাসন তাৰ বাবে এতিয়া সষ্টম
নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মাৰ প্ৰতিবেদন মধ্য অসমৰ এখনি অগ্ৰণী জিলা হৈছে নগাঁও য’ত বছৰটোত অতি কমেও ডেৰ কুৰিখন নাট মঞ্চস্থ হয় । কেৱল চহৰ খনতে মাহটোত গড়ে প্ৰায় তিনিখনকৈ নাট উপভোগ কৰাৰ সুবিধা লাভ কৰে কলংপৰীয়া ৰাইজে। কি শীত কাল,কি গ্ৰীষ্ম কাল। নাট নিবেদনৰ খবৰভৰ্ত্তি প’ষ্টাৰেৰে ভৰি থাকে মধ্য
নিউজ ব্যুৰ’,নগাঁও,১জুলাই:–ৰাজ্যৰ চুকে কোণে থকা মহিলাসকলক সামৰি লৈ,প্ৰতিটো অঞ্চলত ২০গৰাকী নিৰ্বাচিত মহিলাৰ কোষ গঠন কৰি সৱলীকৰণ,কষ্টসহিষ্ণুতা, আত্মনিৰ্ভৰশীল,পৰমুখী পৰিহাৰ কৰি ৰাজ্যখনক স্বনিৰ্ভৰশীল আৰু স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে ২০২৩ চনৰ মাৰ্চ মাহত আৰম্ভ হৈছে “অসম প্ৰগতি ফাউণ্ডেশ্যন” শীৰ্ষক স্বেচ্ছাসেৱী সংগঠনৰ। এই “অসম প্ৰগতি ফাউণ্ডেশ্যন”ৰ ৰবিবাৰে এখন গুৰুত্বপূৰ্ণ সভা নগাঁও জিলাৰ বটদ্ৰৱাত অনুষ্ঠিত
বৰষুণ দি থকাৰ সময়ত ধাৰাপুৰ চাৰিআলিত এই অগ্নিকাণ্ড ।। অগ্নিকাণ্ডৰ সূত্ৰপাত কিহৰ বাবে হৈছে জানিব পৰা হোৱা নাই ।। এই অগ্নিকাণ্ডৰ ফলত বহু কেইখন দোকান জুইত জাহ যায় ।। দোকান সমূহত আছিল মূল্যৱান সামগ্ৰী , সকলো জ্বলি যায় ।। ধাৰাপুৰৰ স্থানীয় লোকে প্ৰত্যক্ষ কৰি জুই নুমাব চেষ্টা কৰি থকা অৱস্থাত