মহানগৰীৰ স্মাৰ্ট আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই চিলনী চোৰে অব্যাহত ৰাখিছে সন্ত্ৰাস ৷ আজি পুৱাতে এগৰাকী মহিলাক পিষ্টল দেখুৱাই চিলনী চোৰে লুটিলে সোণৰ চেইন ৷ ছয়মাইলৰ অভিজিৎ পথত সংঘটিত হৈছে এই ঘটনা ৷ প্রাতঃভ্ৰমণলৈ অহাৰ সময়তে এগৰাকী মহিলাগৰাকীৰ পৰা বাইকত অহা দুই দুর্বৃত্তই লুটি লৈ যায় সোণৰ চেইন ৷ ইতিমধ্যে ভুক্তভোগী
Category: Top News
২০২৪বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা হ’ব? তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আগে-পিছে এই পৰীক্ষাৰ ফলাফল ঘোষণা হব বুলি চৰ্চা চলি থকাৰ সময়তে সামাজিক মাধ্যমত ভাইৰেল হৈছে এখন বিশেষ জাননী। এই জাননীত অহা ৪মে’ত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হব বুলি উল্লেখ কৰা হৈছে। কিন্তু সংসদৰ তৰফৰ পৰা স্পষ্ট
নিউজ ব্যুৰ’,নগাঁও,২মে’:–নগাঁও জিলাৰ বৰঘাট আৰক্ষী পহৰা চকীৰ অন্তৰ্গত নগাঁও বাইপাছ চ’কৰ সমীপত আজি সংঘটিত এক পথ দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হয় । দুৰ্ঘটনাত নিহত বাইক আৰোহীদ্বয় হৈছে সুবিদ্ৰা দাস (২৭) আৰু আমিন আলি (৩২)। সুবিদ্ৰা দাসৰ ঘৰ গোঁসাইগাঁৱত আৰু আমিন আলিৰ ঘৰ ৰহাত। প্ৰাপ্ত বাতৰি মতে,নগাঁও চহৰৰ সমীপৰ উৰিয়াগাঁৱৰ
গুৱাহাটী, ২ মে : প্ৰকৃতিৰ জামাদাৰ হিচাপে পৰিচিত আৰু সম্প্ৰতি বিলুপ্তিৰ দিশলৈ গতি কৰা শগুনৰ অৱশিষ্টখিনীও এতিয়া মানৱসৃষ্ট ভুলৰ বাবে মৃত্যুৰ মুখলৈ গতি কৰিছে। আনকি বৃহস্পতিবাৰে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাৰ পৰা কিছু নিলগৰ ৰাণীৰ কাষৰীয়া গুইমাৰী অঞ্চলৰ পথাৰত মৃত পশুৰ মাংস ভক্ষণ কৰি ৯ টাকৈ শগুন কৰুণভাবে মৃত্যুমুখত পৰিছে ।
নিউজ ব্যুৰ’,নগাঁও,১মে’:–নগাঁও চহৰৰ সমীপৰ ননৈ টাইকোৱানড’ একাডেমীৰ হালধীয়া বেল্ট (YELLOW BELT) পৰীক্ষাৰ বেল্টসমূহ বুধবাৰে প্ৰদান কৰা হয় । অনুষ্ঠানত অল নগাঁও ডিষ্ট্ৰিক্ট টাইকোৱানড’ এছ’চিয়েছনৰ সাধাৰণ সম্পাদক অংকুৰ বৰা, প্ৰশিক্ষণ ৰোহিত হৰিজন,কৌস্তভ জ্যোতি দাস, নীলোৎপল শইকীয়া,ননৈ উচ্চ বুনিয়াদী বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা অঞ্চলটোৰ সৰবৰহী ব্যক্তি দিগন্ত বৰুৱা উপস্থিত থাকে। বেল্ট পৰীক্ষাৰ