Advertisement

Category: Top News

দিছপুৰ পলিক্লিনিকৰ ১৬ গৰাকী নাৰ্ছৰ শৰীৰত COVID19

দিছপুৰ পলিক্লিনিকৰ ১৬ গৰাকী নাৰ্ছৰ শৰীৰত COVID19

দিছপুৰ পলিক্লিনিকৰ ৩৮ নাৰ্ছৰ শৰীৰত COVID পজিটিভ ২২ গৰাকীৰ শৰীৰত বুধবাৰেই ধৰা পৰিছিল ভাইৰাছ আজি নতুনকৈ ১৬ গৰাকীৰ শৰীৰত COVID19 ধৰা পৰিছে ৰেপিড টেষ্টত COVID ধৰা পৰিছে এওঁলোকৰ গাত