গুৱাহাটী: ৰাজ্যৰ আগশাৰীৰ বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবচাইটত দেওবাৰে পুৱাই ঘটিল ভয়ংকৰ অঘটন । কোনো দুষ্টচক্ৰই বিশ্ববিদ্যালয়খনৰ ৱেবচাইট হেক কৰাৰ পাচতেই এতিয়া বিসংগতিয়ে দেখা দিছে চাইটটোত । কিয়নো ইয়াত ক্লিক কৰাৰ পাচতেই এতিয়া জাপান পৰ্ণ নামেৰে অন্য এটা চাইট খোল খায় । ইয়াৰ পাচতেই এতিয়া বিবুদ্ধিত পৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ । Website
Category: Top News
প্রদূষণমুক্ত অসম গঢ়াৰ দিশত এখোজ আগবঢ়াই ৰাজ্যৰ প্রথমখন চি এন জি ইন্ধনচালিত বাছৰ সেৱা আজি ডিব্রুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই উদ্বোধন কৰে৷ ডিব্রুগড় চৌকিডিংগিস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ আস্থানত আয়োজিত এটা অনুষ্ঠানত আজি উপায়ুক্ত পল্লৱ গোপাল ঝাই অসম ৰাজ্যিক পৰিবহণ নিগমৰ দ্বাৰা পৰিচালিত চি এন জি বাছখনৰ ফিতা কাটি
গুৱাহাটী: অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিবহণ লোকচান প্ৰতি কিলোমিটাৰত ৩০.৯২ টকা । অৰ্থাৎ নিগমৰ এখন বাছ চলিলে প্ৰতি কিলোমিটাৰত লোকচান হয় প্ৰায় ৩১ টকা ।- এই বিস্ফোৰক তথ্য উন্মোচিত হৈছে ‘কেগ’ৰ প্ৰতিবেদনত । অসম বিধানসভাৰ মজিয়াত বৃহস্পতিবাৰে দাখিল কৰা নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষকৰ প্ৰতিবেদনৰ মতে, যোৱা পাঁচ বছৰত পৰিবহণ নিগমৰ
চাহ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আজি মাকুমত, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ( আছা) সাংস্কৃতিক প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। মাকুম আঞ্চলিক সমিতিৰ উদ্যোগত এই প্ৰতিবাদ।(DAINIK JANAMBHUMI)
আলফা স্বাধীনৰ প্ৰতিবাদ দিৱসৰ দিনা পানীতোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গেটত বান্ধি থোৱা অৱস্থাত প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে৷ এই ঘটনাই ব্যাপক চৰ্চা লাভ কৰিছে৷ পানীতোলাৰ বৰুৱাহোলা অঞ্চল এটা সময়ত আলফা ঘাটি হিচাপে পৰিচিত আছিল৷ আজি আলফাৰ পতাকা উদ্ধাৰ হোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে৷ পাছত পানীতোলা আৰক্ষীয়ে পতাকা খন খুলি লৈ