মেখেলা চাদৰ : ভাৰতীয় চহকী সংস্কৃতিৰ প্ৰতিখন ৰাজ্যই নিজৰ নিজৰ পৰম্পৰা, ইতিহাস, পৰিচয়ৰ সামঞ্জ ৰাখি অনন্য কাপোৰ তৈয়াৰ কৰি আহিছে । ভাৰতৰ উত্তৰ-পূব অংশত বসবাস কৰা অসমীয়াৰ বৈচিত্ৰ্যপূৰ্ণ সাংস্কৃতিক গৌৰৱ। অসমীয়া সংস্কৃতিৰ অসংখ্য সম্পদৰ ভিতৰত পৰম্পৰা, কালজয়ী সৌন্দৰ্য্যৰ প্ৰতীক মেখেলা চাদৰ, জনাজাত মাৰ্জিত সাজ-পোছাক।মেখেলা চাদৰে এক অনন্য আৰু মনোমোহা কাপোৰ
Category: Top News
“সমাজৰ পৰা মানৱ সৰবৰাহ নাৰী সৰবৰাহ বন্ধ হ’ব লাগিব, ডাইনী হত্যা বন্ধ হ’ব লাগিব, বাল্যবিবাহ বন্ধ হ’ব লাগিব লগতে নাৰীসকলে সমাজত সমতাৰে জীৱন নিৰ্বাহ কৰিব লাগিব।” এই মন্তব্য নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োৰ। সংগঠনটোৱে ওদালগুৰি জিলা এবছুৰ সহযোগত বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ওদালগুৰি মহাবিদ্যালয় চৌহদত
আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ মহিলাসকললৈ এক বৃহৎ উপহাৰৰ কথা ঘোষণা কৰে। এই ঘোষণা কৰাৰ সময়তে আজি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিজেপিৰ নেতৃত্বত গঠিত চৰকাৰে এল পি জি চিলিণ্ডাৰৰ মূল্যত ১০০ টকা ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছে। ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্স (পূৰ্বৰ টুইটাৰ)ত এই তথ্য প্ৰদান কৰে প্ৰধানমন্ত্ৰী
প্ৰতিবছৰৰ দৰে এইবাৰো মহাশিৱৰাত্ৰি শুভ উপলক্ষে বাবা কেদাৰনাথ ধামৰ দুৱাৰ মুকলিৰ তাৰিখ ঘোষণা কৰা হয়। আজি উখিমথৰ ওমকাৰেশ্বৰ মন্দিৰত তাৰিখ ঘোষণা কৰা হয়। অহা ১০ মে’ৰ পুৱা ৭ বজাৰ পৰা বাবা কেদাৰৰ দুৱাৰ খোল খাব। লগতে ৬ মে’ত শীতকালীন আসন ওমকাৰেশ্বৰ মন্দিৰৰ পৰা ট্ৰলীখন ৰাওনা হ’ব। বাবা কেদাৰনাথ ৰাৱালকে ধৰি