Category: Top News

বিদ্যুৎ বিভাগৰ গাফিলতীত অতিষ্ঠ ৰাইজ

বিদ্যুৎ বিভাগৰ গাফিলতীত অতিষ্ঠ ৰাইজ

বিদ্যুৎ বিভাগৰ গাফিলতীত অতিষ্ঠ ৰাইজ হাছৰাওবাৰীৰ সমূহ ৰাইজ।বিভাগটোৰ ময়মতালিত জাঙৰ খাই উঠিছে বৈধ গ্ৰাহাকসকলে। গোসাঁইগাঁওৰ পৰা ৰফিকুল ইছলামৰ প্ৰতিবেদন I

শিল্পী আৰতি বৰুৱাৰ মৃত্যু ।

শিল্পী আৰতি বৰুৱাৰ মৃত্যু ।

৭২ বছৰ বয়সত নগাঁৱৰ নিজা বাসগৃহত দেওবাৰে সন্ধিয়া মৃত্যু হয় সমাজ সেৱিকা গৰাকীৰ । দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল আৰতি বৰুৱা । আৰতি বৰুৱা প্ৰয়াত শিল্পী প্ৰণৱ বৰুৱাৰ পত্নী । নগাঁৱত শোকৰ ছাঁ ।

অক্টোবৰৰ পৰা সলনি হব আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ আৰু RC ।

অক্টোবৰৰ পৰা সলনি হব আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ আৰু RC ।

জানিব পৰা মতে অক্টোবৰৰ ১ তাৰিখৰ পৰা গাড়ী চালকৰ ড্ৰাইভিং লাইচেঞ্চ আৰু আৰ চিত কেতবোৰ সালসলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে । অংকিত হব QR Code. নতুন নিয়মৰ অধীনত DL আৰু RCত অংকিত হব Microchip আৰু QR Code আৰু দেশৰ প্ৰতিখন ৰাজ্যৰে ড্ৰাইভিং লাইচেঞ্চ আৰু RC দেখিবলৈ একে হ’ব। বহু