Category: Top News

VPI ধেমাজি জিলা সমিতিৰ উদ্যোগত বান সমস্যাক লৈ ৰেলী

VPI ধেমাজি জিলা সমিতিৰ উদ্যোগত বান সমস্যাক লৈ ৰেলী

আজি ভোটাৰ্চ পাৰ্টী ইন্টাৰনেচনেলৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত বান সমস্যা আৰু জিলা খনৰ কিছুমান স্থানীয় সমস্যাক লৈ ৰেলীৰ লগতে জিলা উপায়ুক্ত বিষয়াক স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়।