Category: Top News

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিৰ্বাচন কেন্দ্ৰিক উত্তেজনা

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিৰ্বাচন কেন্দ্ৰিক উত্তেজনা

উজনি অসমৰ উচ্চ শিক্ষাঅনুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিৰ্বাচন কেন্দ্ৰিক উত্তেজনা সৃষ্টি হৈছে। নিৰ্বাচনত সাধাৰণ সম্পাদক পদত অৱৰ্তীন হোৱা শ্যামসুন্দৰ ভূঞা নামৰ এজন ছাত্ৰৰ বিৰুদ্ধে বিৰোধী পক্ষই আবেদন পত্ৰৰ বৈধতাক লৈ অভিযোগ দাখিল কৰাৰ পাছতেই সমগ্ৰ ঘটনাই নতুন মোৰ লৈছে। প্ৰণিধানযোগ্য যে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ সংবিধানত উল্লেখ আছে যে

*ডিব্ৰুগড় বিশ্ববিদ্যালয় অনুসূচীত জাতি ছাত্র গোটৰ নৱাগত আদৰণি সভা*

*ডিব্ৰুগড় বিশ্ববিদ্যালয় অনুসূচীত জাতি ছাত্র গোটৰ নৱাগত আদৰণি সভা*

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কনকলতা ভৱনত আজি অনুসূচীত জাতিৰ নৱাগত ছাত্র ছাত্রী সকলৰ আদৰণি সভা অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে এই গোটৰ মূখ্য প্ৰতিষ্ঠাপক সম্পাদক শ্রীযুত ভাৰত বনিয়াৰ লগতে সভাত সভাপতি আসন গ্রহণ কৰা লতিকা শইকীয়াই ডঃ বি আৰ আম্বেদকাৰৰ প্ৰতি সন্মান জনাই বন্তি প্রজ্বলন কৰে। গোটৰ সম্পাদক ভাইকণ দাসে উদেশ্যে বাখ্যা কৰা

গোসাঁইগাঁও আৰক্ষীৰ জালত গো-মাফিয়াৰ এক বৃহৎ চক্ৰ :

গোসাঁইগাঁও আৰক্ষীৰ জালত গো-মাফিয়াৰ এক বৃহৎ চক্ৰ :

গোসাঁইগাঁও আৰক্ষীৰ এক বৃহৎ সফলতা।কোকৰাঝাৰ আৰক্ষীৰ এক গোপনসূত্ৰমৰ্মে যোৱাৰাতি শীমুলটাপু আৰক্ষীয়ে অভিযান চলাই গোসাঁইগাঁওৰ ৩১ নং ৰাষ্ট্ৰীয়ঘাইপথত জব্দ কৰে গৰু কঢ়িয়াই অনা এখন ট্ৰাক। পশ্চিমবংগৰ পৰা অসম অভিমুখে অহা AS 01GD 3837 নম্বৰৰ ট্ৰাকখনত কঢ়িয়াই অনা হৈছিল মুঠ ১৬ টাকৈ বহিঃৰাজ্যৰ গৰু। উল্লেখ যে বিগত বহুদিন ধৰি উক্ত গো-চক্ৰটোৱে অবৈধভাবে