বলেৰ’ পিকআপ ভানৰ সৈতে মুখামুখি সংঘৰ্ষ বাইক আৰোহীৰ ৷ থিতাতে নিহত গোলাপ শৰ্মা নামৰ বাইক আৰোহী জন ৷ নিহত শৰ্মা কলাইগাও আৰক্ষী থানাত কৰ্মৰত আৰক্ষী আছিল ৷ গুৱাহাটী অভিমুখী AS 25 DC–9600 নং ৰ বলেৰ’ পিকআপ ভান আৰু AS 13 H—1810 নং চুপাৰ স্প্লেনণ্ডাৰৰ মুখামুখি সংৰ্ঘষৰ ফলত উক্ত দুৰ্ঘটনাটো সংঘটিত
Category: Top News
👉নগাঁৱত জাপানীজ এনকেফেলাইটিছত মহিলাৰ মৃত্যু ৷ 👉 পুৰণিগুদাম হাতীগাঁৱৰ ননী দেৱী নামৰ মহিলা গৰাকীৰ মৃত্যু ৷ 👉 নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় মহিলাগৰাকীৰ ৷ 👉দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল মহিলাগৰাকী । 👉এই ৰোগত নগাঁও জিলাত এতিয়ালৈকে ৪০ জনৰো অধিক লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে ৫ জনকৈ লোকৰ ।
Watch Video ওদালগুৰিৰ পৰা কেমেৰাত নৱজ্যোতিৰ সহযোগত মিৰাজুল হোছেইনৰ ৰিপোৰ্ট |
Watch Video ওদালগুৰি জিলাৰ ৩৩ নং নোনাই ছেৰফাং সমষ্টিৰ অন্তৰ্গত খৈৰাজংঘল VCDC ত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ৰ আৱাসগৃহৰ আধাৰশিলা স্হাপন | ওদালগুৰিৰ পৰা কেমেৰাত নৱজ্যোতিৰ সহযোগত মিৰাজুল হোছেইনৰ ৰিপোৰ্ট |