An artist of Assam Sanjib Basak is making Durga Idol out of waste electrical wires. Idols made out of waste electrical wires will be displayed at Rashmi Sangha Durga Puja Committee at Dhubri.
Category: Top News
Effect of new MVI Act. Rs 1.13 lakh fine collected in first day in Guwahati. Penalty for violations increased 5 to 10 times. Rs. 10,000 for not giving way to Emergency services, drunken driving, not having licence. Rs. 5 lakh for death. Rs. 2.5 lakh for injury in accident case.
গোসাঁইগাঁওৰ পৰা ৰফিকুল ইছলামৰ প্ৰতিবেদন
ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাৰে উজ্জ্বলিল নগঞা সাহিত্যিক মতিউৰ ৰহমান ৷ এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত সাফল্য অসমৰ এগৰাকী যুৱ সাহিত্যিকৰ ! দেওঁবাৰে কলিকতাৰ ঠাকুৰবাৰী প্ৰেক্ষাগৄহত সমতা সাহিত্য একাডেমীয়ে প্ৰদান কৰা ৰবীন্দ্ৰ নাথ ঠাকুৰ ৰাষ্টীয় বিশেষ বঁটা বিতৰণী অনুষ্ঠান ৷ উক্ত অনুষ্ঠানত নগাঁও জিলাৰ জুৰীয়া উদমাৰীৰ উদীয়মান সাহিত্যিক মতিউৰ ৰহমানে তেওঁৰ *”সপোনৰ সুৰভি”*নামৰ কবিতা
নগাঁৱত পোষণ মাহ উদযাপন৷ আদিল শাহ আলম ৰিপোৰ্ট, নগাওঁ ।