Category: Top News
watch Video News Desk report GTM
দেশৰ অনাগত স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ‘ইণ্ডিয়া ষ্টাৰ বুক অফ ৰেকৰ্ড’ য়ে দেশৰ বিভিন্ন ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা থকা নতুন প্ৰজন্মৰ ব্যক্তি সকলক প্ৰদান কৰা সন্মানীয় ‘ইণ্ডিয়া ষ্টাৰ পেছন এৱাৰ্ড’ লাভ কৰিবলৈ সক্ষম হৈছে শোণিতপুৰ জিলাৰ ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ মাধৱ গাঁও নিবাসী যুৱ লেখক হিমাংশু ৰঞ্জন ভূঞাই ৷ হিমাংশু ৰঞ্জন ভূঞাই