Category: Top News

Sports Fiesta 3.0 concludes in Guwahati

Sports Fiesta 3.0 concludes in Guwahati

Guwahati, 4th February: The Leo Club of Guwahati South, in collaboration with the Leo Club of Guwahati Gold’s mega one-day sports event, Sports Fiesta 3.0, concluded on Sunday(Feb 4)). This event, marking the third edition of their sports fiesta series, aimed to promote physical well-being, sportsmanship, and serve a noble

গুৱাহাটীৰ কামাখ্যাস্থিত কামাখ্যা মটৰ্ছত পাঞ্চ.ইভি মুকলি

গুৱাহাটীৰ কামাখ্যাস্থিত কামাখ্যা মটৰ্ছত পাঞ্চ.ইভি মুকলি

গুৱাহাটী, ৩ ফেব্ৰুৱাৰী: ভাৰতৰ আগশাৰীৰ বাহন নিৰ্মাতা টাটা মটৰ্ছে আজি গুৱাহাটীৰ কামাখ্যাস্থিত কামাখ্যা মটৰ্ছত উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰলৈ পাঞ্চ.ইভি মুকলি কৰে। এই মুকলি অনুষ্ঠানত ৰোহিত মালহোত্ৰা(এম ডি, কামাখ্যা মটৰ্ছ), উপেন শৰ্মা(জেনেৰেল মেনেজাৰ কামাখ্যা মটৰ্ছ), বৰন বিকাশ (জনপ্ৰিয় কণ্ঠশিল্পী) অংকিত মিশ্ৰ(চিনিয়ৰ মেনেজাৰ), মনোৰঞ্জন পাট্টনায়ক (বৈদ্যুতিক বাহন টাটা মটৰ্চ), ঋষি খেমকা (ছিনিয়ৰ মেনেজাৰ) উপস্থিত

ফিল্মফেয়াৰ এৱাৰ্ডত দেশৰ শ্ৰেষ্ঠ অভিনেতা- অভিনেত্ৰীৰ সন্মানেৰে বিভূষিত হ’ল বলীউডৰ জনপ্ৰিয় দম্পতী ৰণবীৰ কাপুৰ, আলিয়া ভাট

ফিল্মফেয়াৰ এৱাৰ্ডত দেশৰ শ্ৰেষ্ঠ অভিনেতা- অভিনেত্ৰীৰ সন্মানেৰে বিভূষিত হ’ল বলীউডৰ জনপ্ৰিয় দম্পতী ৰণবীৰ কাপুৰ, আলিয়া ভাট

স্বামী-স্ত্ৰী দুয়ো লাভ কৰিছে ফিল্মফেয়াৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ সন্মান। ২৮ জানুৱাৰীত গুজৰাটৰ গান্ধী নগৰত অনুষ্ঠিত হয় ৬৯ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডত এইবাৰ কেইবাটাও বঁটাৰে উজলিল বিধু বিনোদ চোপ্ৰাৰ 12 Fail । ৩ অক্টোবৰত মুক্তিলাভ কৰিছিল 12 Fail চিনেমাখন। চম্বলৰ এখন গাঁৱৰ পৰা গৈ দিল্লীৰ মুখাৰ্জী নগৰত ইউ পি এছ চিৰ প্ৰস্তুতি

কোকৰাঝাৰত চতুৰ্থ বিটিআৰ চুক্তি দিৱস উদযাপন

কোকৰাঝাৰত চতুৰ্থ বিটিআৰ চুক্তি দিৱস উদযাপন

২০২০ চনৰ আজিৰ দিনটোতে সম্পন্ন হৈছিল ঐতিহাসিক বিটিআৰ চুক্তি । নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ উদ্যোগত শনিবাৰে কোকৰাঝাৰত চতুৰ্থ বিটিআৰ দিৱস দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা ৮-০০ বজাত দোতমাৰ থুলুংগাপুৰীত থকা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সমাধুথলীত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয় । ৯-০০ বজাত এবছুৰ পতাকা উত্তোলন