Category: Top News
অসমত সৌৰশক্তি চালিত প্ৰথমখন বাহন উদ্ভাৱন গোলাঘাটৰ বালিবাটৰ আফাজুৰ ৰহমানৰ। চালক সহ ৩জন যাত্ৰী কঢ়িয়াব পাৰে সৌৰচালিত বাহন খনে। আচৰিত কথা চালক নহলেও চলে বাহনখন। মোবাইল ফোনৰ সহায়তো চলাব পাৰি
গুৱাহাটী টাইমচ