BREAKING: গুৱাহাটী মহানগৰীত ২৫ নৱেম্বৰত বন্ধ থাকিব সকলো Petrol Pump

0 min read

সোমবাৰে গুৱাহাটী মহানগৰীত বন্ধ থাকিব সকলো পেট্ৰ’ল পাম্প ।

নৰ্থইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এছ’চিয়েচনে গ্ৰহণ কৰা সিদ্ধান্তৰ অধীনত হব এই বন্ধ ।

২৫ নৱেম্বৰ অৰ্থাৎ সোমবাৰৰ পুৱা ৫ বজাৰ পৰা ২৬ নৱেম্বৰ অৰ্থাৎ মঙলবাৰে পুৱা ৫বজালৈ বন্ধ থাকিব সকলো তেলডিপো ।

You May Also Like

More From Author