উদ্ধাৰ হোৱা মৃতদেহটো কেন্দুগুৰী অঞ্চলৰ নুৰ হুছেইনৰ বুলি জানিব পৰা গৈছে ৷ দুৰ্বৃত্তই চোকা অস্ত্ৰৰে হানিখুছী হত্যা কৰি পেলায় থৈ যায় বিলৰ পাৰত ৷ Padum Bhuyan Report- Guwahati Times Media
Category: Top News
১৯ এপ্ৰিলঃ আজি গোসাইগাঁও সদৰ-চহৰৰ সংলগ্ন দুই নম্বৰ দলগাঁও স্থিত আক্ৰাছুৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেল যোগে আক্ৰাছুৰ মুখ্য উপদেষ্টা প্ৰদীপ ৰায়ে কয় যে অসমত বসবাস কৰা কোচ ৰাজবংশী জনগোষ্টীৰ জনজাতি কৰনকে ধৰি কামতাপুৰ পুনৰ উদ্ধাৰ দাবীত আক্ৰাছুৱে দীৰ্ঘদিনৰ পৰা আন্দোলন কাৰ্যসুচী ৰুপায়ন কৰি আহিছে যদিওঁ ইউ পি এ চৰকাৰে সমস্যা সমাধনৰ
মঙলদৈ ১৯ এপ্রিল ঃ বিশিষ্ট স্বভাৱ শিল্পী ,দৰঙী চেৰাঢেকৰ ওজা নগৰবাহী খাটালপাৰা নিবাসী দিদাৰুদ্দিন আহমেদক পহিলা বহাগৰ দিনা নিজৰ দিন উপলখ্যে অসম সাহিত্য সভা আৰু দৰং জিলা সাহিত্য সভাই স্থানীয় নগৰবাহী সাহিত্য সভাৰ উদ্যেগত অশিতীপৰ শিল্পী গৰাকীক বিহুৱান,মানপত্র,চেলেং আৰু গ্রন্থৰ টোপোলাৰে সম্বধৰ্ণা জ্ঞাপন কৰে |শিল্পী গৰাকীক তেখেতৰ ঘৰলৈ গৈ অসম
বিশেষ সংবাদদাতা,মঙলদৈ, ১৭ এপ্ৰিল : ৮ নং মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত দৰং জিলাৰ চাৰিটা বিধানসভা সমষ্টি ক্ৰমে কলাইগাঁঁও, ছিপাঝাৰ, মঙলদৈ আৰু দলগাঁৱৰ ১০৬৫ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ আজি প্ৰিজাইডিং আৰু প’লিং বিষয়াসকলক নিজ নিজ গন্তব্য স্থানলৈ প্ৰেৰণ কৰাৰ সময়ত বিভিন্ন আহুকালৰ সন্মুখীন হয় নিৰ্বাচনৰ দায়িত্ব বহন কৰা বিষয়া সকলে। মঙলদৈ মহাবিদ্যালয়ত
মঙলদৈ, ১৬ এপ্ৰিল :- মাজত মাথো এটা দিন। অহা ১৮ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া ৮ নং মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত দৰঙৰ দুৰ্গম অঞ্চলত অৱস্থিত মুঠ ৪৩ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ মঙলবাৰে নিৰ্বাচনী বিষয়া কৰ্মচাৰীৰ দল ৰাওনা হৈছে। এই ভোটগ্ৰহণ কেন্দ্ৰ কেইটাৰ ২৯ টা ৬৭ নং মঙলদৈ বিধানসভা সমষ্টিত আৰু ১৪ টা ৬৬