ৰাজ্যত জাপানীজ এনকেফ্লাইটিছ ৰোগত অাক্ৰান্ত হৈ ইতিমধ্যে কেইবাজনো লোকে প্ৰাণ হেৰুৱাৰ সময়তে জুৰীয়াত আজি এগৰাকী মহিলাৰ জাপানীজ এনকেফ্লাইটিছ ৰোগত আক্ৰান্ত হৈ আজি পুৱা মৃত্যু হয়।জুৰীয়া তেলিয়া বেবেজীয়া গাৱৰ ৰুকিয়া বেগম
Category: Top News
গোসাইগাওঁ, ২৯ জুলাই :- সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত ভদেয়াগুৰী এল পি স্কুল খেল পথাৰত এখন গোসাইগাওঁ (পূ:) আঞ্চলিক সমিতি গঠন কৰা হয়।উল্লেখনীয়
নলবাৰী,২৮ জুলাই=নলবাৰী বিধানসভা সমষ্টিৰ ১১ নং দেহাৰকুছি গাওঁ পঞ্চায়তৰ অন্তৰ্গত বগল’চৰোড নিৰ্মাণত ঠিকাদাৰে কৰা অনিয়মৰ বাবে আজি একাংশ স্থানীয় ৰাইজে অভিযোগ তুলি ক্ষোভ প্ৰকাশ কৰে৷ আনকি বিধিগত ভাবে কাম নকৰিলে
২৮জুলাই,গুৱাহাটী- বন্যাৰ্তক সহায় বাবে আগবাঢ়ি আহিছে উত্তৰপূৰ্বাঞ্চলৰ তৰ্কিক সকলক লৈ গঠিত অনুষ্ঠান নৰ্থ ইষ্ট ডিবেটাৰ্চ এছোছিয়েচন (নেডা ) । আজি নেডা ৰ উদ্যোগত কামৰূপ গ্ৰাম্য জিলাৰ বৃহত্তৰ ডিমৌৰ অঞ্চলৰ পানীখাইটি-উখুৱা
নাটখনিৰ ৰচনা উদীয়মান গল্পকাৰ মুনমী বৰদলৈৰ আৰু পৰিচালনা বিশিষ্ট নাট্য শিল্পী পবিত্ৰ কলিতাৰ। নাটখনিৰ পৰিচালনা উপদেষ্টাৰ দায়িত্বত আছিল অভিনেতা পবিত্ৰ প্ৰাণ শৰ্মা। কনক শইকীয়াৰ সামগ্ৰীক পৰিকল্পনাৰ মঞ্চস্থ হোৱা নাট্যসন্ধ্যাটিৰ ব্যৱস্থাপনা